Перейти к содержимому

Junakor Pohor (জোনাকৰ পোহৰ 🌙 | Soulful Assamese Love Song | Nisukoni Sur

NisukoniSur

0:00 / 0:00

Junakor Pohor (জোনাকৰ পোহৰ 🌙 | Soulful Assamese Love Song | Nisukoni Sur

884 просмотра · 3 месяца назад
NisukoniSur
15 подписчиков
884 просмотра · 3 месяца назад
🎵 Welcome to Nisukoni Sur 🎵 নিচুকণি সুৰলৈ আপোনালোকক আন্তৰিক স্বাগতম। ❤️ এই চেনেলত আপুনি পাব হৃদয় স্পৰ্শ কৰা অসমীয়া গান, ৰোমাণ্টিক সুৰ, অনুভূতিৰে ভৰা গীত, আৰু সংগীতৰ এক সুকীয়া যাত্ৰা। 🌙 প্ৰতিটো গীতেই একোটা অনুভৱ... ✨ প্ৰতিটো সুৰেই একোটা কাহিনী... ⚠️ গুৰুত্বপূৰ্ণ জাননী: এই চেনেলত প্ৰকাশিত সকলো গান, লিৰিক্স, সুৰ আৰু কণ্ঠ AI (Artificial Intelligence) ৰ সহায়ত সৃষ্টি কৰা হৈছে। এই গানসমূহ কেৱল মনোৰঞ্জন, সৃজনশীলতা আৰু অসমীয়া সংগীতৰ প্ৰতি থকা ভালপোৱাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে। এই চেনেলত কেতিয়াবা অসমৰ প্ৰিয় শিল্পী Zubeen Garg দাৰ সংগীতৰ পৰা অনুপ্ৰেৰণা লোৱা হৈছে ।কিন্তু এই চেনেলৰ তেওঁৰ সৈতে কোনো অফিচিয়েল সম্পৰ্ক নাই। 🙏 ভৱিষ্যতে এই চেনেলৰ পৰা যি আয় হ'ব, তাৰ এটা অংশ সমাজসেৱামূলক কাম আৰু দানৰ বাবে আগবঢ়োৱাৰ চেষ্টা কৰা হ'ব। ❤️ Jai Zubeen Da ❤️ Jai Aai Axom আমাৰ সংগীতৰ পৰিয়ালৰ অংশ হ'বলৈ Channel টো Subscribe কৰি লগত থাকক। 🎶 Nisukoni Sur – হৃদয়ৰ পৰা হৃদয়লৈ...