Перейти к содержимому

SIR ৰ নামত সংবিধান পৰিপন্থী কাম কৰিছে নিৰ্বাচন আয়োগে!

The CrossCurrent

0:00 / 0:00

SIR ৰ নামত সংবিধান পৰিপন্থী কাম কৰিছে নিৰ্বাচন আয়োগে!

1 672 просмотра · 17 часов назад
The CrossCurrent
360 тыс. подписчиков
1 672 просмотра · 17 часов назад
SIR ৰ নামত সংবিধান পৰিপন্থী কাম কৰিছে নিৰ্বাচন আয়োগে! পক্ষপাতমূলক নিৰ্দেশনাৰে ভোটাৰৰ নাম কৰ্তন কৰিছে নিৰ্বাচন আয়োগে! অপৰ্যাপ্ত নথি-পত্ৰ, অযুক্তিকৰ দাবীৰে নাগৰিকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰিছে ECI এ! নাগৰিকত্ব প্ৰমাণৰ বোজা ভোটাৰৰ ওপৰত জাপি দি সাংবিধানিক নিৰ্দেশনাক উলংঘা নিৰ্বাচন আয়োগৰ! নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰৱ দেশৰ প্ৰাক্তন আমোলা সন্থাৰ। The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews