Перейти к содержимому

মৰমৰ দৰ্শক, মই দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিলোঁ আৰু ভুৱনেশ্বৰৰ এখন হাস্পতালত মোৰ অস্ত্ৰোপচাৰ সম্পন্ন

Jintu Jaan Maina Official

0:00 / 0:00

মৰমৰ দৰ্শক, মই দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিলোঁ আৰু ভুৱনেশ্বৰৰ এখন হাস্পতালত মোৰ অস্ত্ৰোপচাৰ সম্পন্ন

1 278 просмотров · 1 месяц назад
Jintu Jaan Maina Official
330 подписчиков
1 278 просмотров · 1 месяц назад
মৰমৰ দৰ্শক, মই দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিলোঁ আৰু ভুৱনেশ্বৰৰ এখন হাস্পতালত মোৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল। এতিয়া মই সম্পূৰ্ণভাৱে সুস্থ আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে ধন্যবাদ জনালোঁ।🙏🙏🙏 কিন্তু দুখৰ বিষয় যে, মোৰ অসুস্থতাৰ সময়ত সহায়ৰ সুযোগ লৈ একাংশ হেক্হাৰে মোৰ লগত প্ৰতাৰণা কৰিছিল। মোক টকা দিম বুলি কৈ ভুৱা সম্পৰ্ক স্থাপন কৰি আজি বেয়া ব্যৱহাৰ আৰু ভাষা প্ৰয়োগ কৰিছে। মই এই বিষয়ে সকলোকে সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ যাতে আপোনালোকেও তেনে জাল পেলাই ঠকা লোকৰ পৰা সাৱধানে থাকে। মোৰ এই নতুন ভিডিঅ'টো শেষলৈকে চাব অনুৰোধ জনালোঁ।🙏🙏🙏 . . . . . . #AssameseContentCreator, #FacebookFamily #SurgeryRecovery #StaySafeOnline #BhuvaneshwarHospitals, #OnlineScamsAwareness, #PositiveVibes #Aashirvad.