Перейти к содержимому

মাটিৰ উৰ্বৰতা অক্ষুণ্ণ ৰাখিবলৈ কৃষকে কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে ?

Ankurita Asom

0:00 / 0:00

মাটিৰ উৰ্বৰতা অক্ষুণ্ণ ৰাখিবলৈ কৃষকে কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে ?

870 просмотров · 13 часов назад
Ankurita Asom
6,13 тыс. подписчиков
870 просмотров · 13 часов назад
⏺️ মাটিৰ উৰ্বৰতা অক্ষুণ্ণ ৰাখিবলৈ কৃষকে কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে ? ⏺️ আজিৰ অনুষ্ঠানৰ বিষয় প্ৰাকৃতিকভাৱে কৃষি ভূমিৰ উৰ্বৰতা ৰক্ষা আৰু নিৰাপদ খাদ্য শস্য উৎপাদন ⏺️ অংকুৰিত অসমৰ 'কৃষি জ্ঞান'' অনুষ্ঠানৰ আজিৰ অতিথি অৱসৰী যুটীয়া কৃষি সঞ্চালক ড° বংশীধৰ কলিতা ⏺️ প্ৰাকৃতিকভাৱে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ উপায় কি? ⏺️ নিৰাপদ খাদ্যশস্য উৎপাদনৰ বাবে কৃষকে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ? ⏺️ জীৱামৃত কি? ⏺️ অণুজীৱ সাৰ কি? কৃষিক্ষেত্ৰত ইয়াৰ প্ৰয়োজনীয়তা কিমান ? ⏺️ অণুজীৱ সাৰে মাটিৰ উৰ্বৰতা বৃদ্ধিত কেনেদৰে সহায় কৰে ? ⏺️ অণুজীৱ সাৰ ব্যৱহাৰ কৰিলে ৰাসায়নিক সাৰৰ ব্যৱহাৰ কিমান হ্ৰাস কৰিব পাৰি? ⏺️ মৌচম হাজৰিকাৰ সৈতে অংকুৰিত অসমৰ বিশেষ অনুষ্ঠান 'কৃষি জ্ঞান'