Kakir kritika~ কাকীৰ কৃতিকা/ 2K HD FULL MOVIE / utjjal Nath Assamese New Full movie 2026.
B K Production
0:00 / 0:00
Kakir kritika~ কাকীৰ কৃতিকা/ 2K HD FULL MOVIE / utjjal Nath Assamese New Full movie 2026.
57 283 просмотра · 2 недели назад
B K Production
4,18 тыс. подписчиков
57 283 просмотра · 2 недели назад
kakir kritika~ কাকীৰ কৃতিকা ] utjjal Nath New Assamese Web series 2026.
জয় জয়তে সমূহ ৱেব ছিৰিজ প্ৰেমি ৰাইজৰ ওচৰত আমি ক্ষমাপ্ৰাৰ্থী 🙏
আপোনালোকে উপভোগ কৰা এই চুটি ছবিখনৰ মাজত , নজনাকৈ হয়টো বহুটো ভুল-ভ্ৰান্তি ৰৈ গ'ল। তাৰ বাবে আমি আপোনাসবৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জনাইছোঁ 🙏 ৰৈ যোৱা ভুল-ভ্ৰান্তি সমূহ আঙুলিয়াই দি আমাক আগুৱাই যোৱাত সহাৰি জনাব বুলি আশা ৰাখিলোঁ ❤️
( কাকীৰ কৃতিকা ) এই ৱেব ছিৰিজখনৰ কাহিনী সম্পূৰ্ণ কাল্পনিক, ইয়াৰ লগত বাস্তৱ কাহিনীৰ কোনো সম্পৰ্ক নাই। যদিও কাহিনী ভাগ কাৰোবাৰ বাস্তৱ ঘটনাৰ সৈতে মিল হয় সেয়া সম্পূৰ্ণৰূপে আকস্মিক।
কাহিনী ভাগৰ নাম লিখকে কৃতিকা চৰিত্ৰটোৰ লগত মিলি যোৱাকৈ কাকী নামটো দি ( কাকীৰ কৃতিকা) নামাৰে নামাকৰণ কৰিলে, ইয়াৰ বাবে কোনেওঁ দায়ি নধৰিব 🙏
দ্বিতীয় খণ্ডটি আপোনালোকে উপভোগ কৰিব পাৰিব অহা ২৫ জুন [ 25 June] তাৰিখে।
এই ৱেব ছিৰিজখন total EPISODE হৈছে ৩ টা গতিকে গোটেই খণ্ড কেইটা চাবৰ বাবে আহ্বান জনালোঁ
আপোনালোকে উপভোগ কৰা [ কাকীৰ কৃতিকা ] Web series খনৰ লগত জড়িত ব্যক্তি সকলৰ নাম
চৰিত্ৰ~
১/ ৰিচা দাস।
২/ নেইনা হাজৰিকা।
৩/ হৃষীকেশ হাজৰিকা।
৪/পল্লৱী দেৱী।
৫/ উজ্জল নাথ।
৬/ হিমাশ্ৰী দাস।
৭/ ৰন্তূ বনীয়া।
৮/ কংকন শইকীয়া।
৯/ মাধুৰ্য্য বনীয়া।
১০/ মিনু পাতৰ।
১১/ প্ৰণৱ বৰুৱা।
১২/ লক্ষ্য হাজৰিকা।
We sincerely apologize to all the web series lovers 🙏
In this short film that you enjoyed, many mistakes and errors may have unintentionally remained. For that, we seek your forgiveness 🙏 We hope you will point out the remaining mistakes and errors and support us in moving forward ❤️
The story of this web series (Kakir Kritika) is completely fictional and has no connection with any real-life story. Even if any part of the story matches someone's real-life incident, it is purely coincidental.
The writer named the story (Kakir Kritika) by adding the name 'Kaki' to match the character Kritika. No one should hold anyone responsible for this 🙏
You can enjoy the second episode on the upcoming 25th June [25 June].
This web series has a total of 3 EPISODES, so we invite you to watch all the episodes.
Names of the people associated with the Web Series [Kakir Kritika] that you enjoyed
cast~
1/ risa das.
2/ neina Hazarika.
3/hrishikesh Hazarika.
4/ pallavi Devi.
5/utjjal Nath.
6l himakshi das.
7/ rantu bania.
8/ kangkan Saikia.
9/ madhujya bonia.
10/ Minu pator.
11/ pranab boruah.
12/ lakhya Hazarika.
~~~~~~~~~~~~~~~~~~~~
🕹️ story & script writter - utjjal Nath
🕹️ director- utjjal Nath
🕹️ assistant director - hrishikesh Hazarika.
🕹️ location management - neina Hazarika.
🕹️ management- hrishikesh Hazarika
🕹️ film supervisor - risa das
🕹️ producer - barnali kalita devi.
🕹️ editor: bk production studio by utjjal Nath.
🕹️ dubbing- hrishikesh Hazarika.
🕹️ music- saurav sagor bora & bhargav Bora
🕹️song - Zubeen Garg.
🕹️ thumbnail editor- hrishikesh Hazarika.
I extend my heartfelt thanks to the entire family from my side🙏