Перейти к содержимому

📌জনসমূদ্ৰত পৰিণত যোৰহাটৰ পূজাৰ প্ৰাণ গড়আলি

TIME OF ASSAM

0:00 / 0:00

📌জনসমূদ্ৰত পৰিণত যোৰহাটৰ পূজাৰ প্ৰাণ গড়আলি

1 164 просмотра · 21 ч назад
TIME OF ASSAM
6,46 тыс. подписчиков
1 164 просмотра · 21 ч назад
📌জনসমূদ্ৰত পৰিণত যোৰহাটৰ পূজাৰ প্ৰাণ গড়আলি 📌 দুৰ্গোৎসৱৰ উছাহত উথলি উঠিছে গড়আলি পূজাৰ আনন্দ উপভোগ কৰিবলৈ ওলাই আহিছে অগণন লোক, উৎসৱমুখৰ পৰিৱেশেৰে উজলি উঠিছে যোৰহাটৰ গড়আলি 📌গড়আলিত পূজাৰ বতৰ, চৌদিশে কেৱল জনতাৰ ভিৰ দুৰ্গা মাৰ আশিস লোৱাৰ লগতে পূজাৰ আনন্দত মতলীয়া যোৰহাটবাসী, গড়আলিত সৃষ্টি হৈছে উখল-মাখল পৰিৱেশ