Перейти к содержимому

অসমৰ ইতিহাস | Ancient to Modern Assam History in Assamese | Complete Story of Assam

SSRB

0:00 / 0:00

অসমৰ ইতিহাস | Ancient to Modern Assam History in Assamese | Complete Story of Assam

50 просмотров · 4 месяца назад
SSRB
43 подписчика
50 просмотров · 4 месяца назад
অসমৰ ইতিহাসৰ এক সম্পূৰ্ণ যাত্ৰা। এই ভিডিঅ'টোত আমি অসমৰ ইতিহাসৰ প্ৰাচীন যুগৰ প্ৰাগজ্যোতিষ আৰু কামৰূপ ৰাজ্যৰ পৰা আৰম্ভ কৰি আহোম সাম্ৰাজ্য, কোচ ৰাজ্য, সৰাইঘাটৰ যুদ্ধ, শ্ৰীমন্ত শংকৰদেৱৰ সাংস্কৃতিক আন্দোলন, ব্ৰিটিছ শাসন, স্বাধীনতা সংগ্ৰাম আৰু আধুনিক অসমৰ গঠনলৈকে সকলো গুৰুত্বপূৰ্ণ অধ্যায় আলোচনা কৰিছোঁ। 📌 এই ভিডিঅ'ত আলোচনা কৰা বিষয়সমূহ: ✔️ প্ৰাগজ্যোতিষ আৰু কামৰূপ ✔️ ভাস্কৰবর্মন আৰু হিউৱেন চাঙ ✔️ আহোম সাম্ৰাজ্য ✔️ চাওলুং চুকাফা ✔️ লাচিত বৰফুকন আৰু সৰাইঘাটৰ যুদ্ধ ✔️ কোচ ৰাজ্য আৰু চিলাৰায় ✔️ শ্ৰীমন্ত শংকৰদেৱ ✔️ ইয়াণ্ডাবু সন্ধি (1826) ✔️ ব্ৰিটিছ শাসন ✔️ অসমৰ চাহ উদ্যোগ আৰু ডিগবৈ তেল শোধনাগাৰ ✔️ গোপীনাথ বৰদলৈ আৰু স্বাধীনতা আন্দোলন ✔️ অসম আন্দোলন (1979–1985) ✔️ আধুনিক অসম 👍 ভিডিঅ'টো ভাল লাগিলে Like, Share আৰু Subscribe কৰিব। #AssamHistory #অসমৰইতিহাস #AhomKingdom #LachitBorphukan #AssameseHistory #NorthEastIndia