Перейти к содержимому

📌 আৰক্ষীৰ গুলীত নিহত নৰহ*ত্যাকাৰী ঘনকান্ত গগৈ? কিয় গুলীচালনা আৰক্ষীৰ? সবিশেষ কলে আৰক্ষী অধীক্ষকে?

News Live

0:00 / 0:00

📌 আৰক্ষীৰ গুলীত নিহত নৰহ*ত্যাকাৰী ঘনকান্ত গগৈ? কিয় গুলীচালনা আৰক্ষীৰ? সবিশেষ কলে আৰক্ষী অধীক্ষকে?

49 209 просмотров · 7 ч назад
News Live
3,33 млн подписчиков
49 209 просмотров · 7 ч назад
📌 আৰক্ষীৰ গুলীত নিহত নৰহ*ত্যাকাৰী ঘনকান্ত গগৈ। 📌শিৱসাগৰৰ জাঁজী-ফুলপানীছিগাত আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা কৰোতে আৰক্ষীৰ গুলীত নিহত ঘনকান্ত। 📌 ২০২৪ চনত শিৱসাগৰৰ সদৰ থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত কাৰাগাৰতে গ্ৰেপ্তাৰ কৰি লৈ অনা হৈছিল ঘনকান্ত গগৈক। 📌 শিৱসাগৰলৈ আনি থাকোতে সংঘটিত এই গুলীচালনা, আহত উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মা। 📌কেনেদৰে সংঘটিত হৈছিল এনকাউণ্টাৰৰ ঘটনা? সবিশেষ কলে আৰক্ষী অধীক্ষকে? Like the official facebook page of News Live:   / newslivetvofficial   Follow News Live on twitter:   / newsliveghy   Connect to our instagram account:   / newsliveghy   Visit our website for all news updates: http://newslivetv.com/