Перейти к содержимому

Luitor Parore ( লুইতৰ পাৰৰে ) - by Bhupen Hazarika

αѕѕαмєѕє σℓ∂ ѕσηgѕ (অসমীয়া পুৰণি গীত )

0:00 / 0:00

Luitor Parore ( লুইতৰ পাৰৰে ) - by Bhupen Hazarika

84 043 просмотра · 7 лет назад
αѕѕαмєѕє σℓ∂ ѕσηgѕ (অসমীয়া পুৰণি গীত )
356 тыс. подписчиков
84 043 просмотра · 7 лет назад
Assamese song of ( Joyti-Sangeet) by Bhupen Hazarika./ Lyrics of the song : লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই। মুকুতি-মেধৰ মহান মেজিৰ নেজাল ফিৰিঙতি ছাই পুৰোহিতো যদি থিতাতে আঁতৰি ত্ৰাসতে মূৰ্চ্ছা যায়- আমি আগ বাঢ়ি ডিঙি পাতি পাতি তেজেৰে বলিশাল যামে বোলাই ।। তাহানি লাচিতে এৰি থৈ যোৱাৰে পৰা জননী তোৰ লঘু-লাঞ্ছনাৰ দুঃখে বেজাৰে আজিও নপৰিল ওৰ। কোনো কাপুৰুষ পুৰুষে সহিলেও আমাৰ যে নসহে গা'ই আজিৰ ডেকা ল'ৰাই জীৱন পণ কৰিছে মোহাৰ চকুলোঁ কলিজাৰ আই ।।