Перейти к содержимому

সন্ত্ৰাসৰ পৰা শান্তি: বডোফাৰ আৰু বড়োলেণ্ড || Bodofa Upendra Nath Brahma || Aboyob Bhuyan

truth by Aboyob Bhuyan

0:00 / 0:00

সন্ত্ৰাসৰ পৰা শান্তি: বডোফাৰ আৰু বড়োলেণ্ড || Bodofa Upendra Nath Brahma || Aboyob Bhuyan

130 293 просмотра · 1 год назад
truth by Aboyob Bhuyan
201 тыс. подписчиков
130 293 просмотра · 1 год назад
সন্ত্ৰাসৰ পৰা শান্তি: বডোফাৰ আৰু বড়োলেণ্ড || Bodofa Upendra Nath Brahma || Aboyob Bhuyan 👉 বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোন আজি বাস্তৱ। 👉 দিল্লীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি উন্মোচন। 👉 বড়োলেণ্ডৰ বডোফাক ৰাষ্ট্ৰীয় সন্মান। 👉 বডোফাৰ নামত নামাকৰণ দিল্লীৰ এটা পথ। 👉 এসময়ত বড়োলেণ্ডত সন্ত্ৰাস আজি শান্তিৰ উদাহৰণ। 👉 ২খন শান্তি চুক্তি বিফল হোৱাৰ পিছত কেনেকৈ বড়োলেণ্ড সলনি হ’ল ২০২০ৰ পিছত। 👉 বডোফাৰ সম্পূৰ্ণ জীৱনৰ সংগ্ৰামৰ পৰিনাম আজিৰ বড়ো সমাজ। 👉 বডোফাৰ সন্মান আচলতে বড়োলেণ্ডৰ উন্নয়নৰ কাহিনী। 👉 সন্ত্ৰাসৰ পৰা শান্তি: সম্পূৰ্ণ বডোফাৰ বড়োলেণ্ডৰ কাহিনী। ***** Connect with Aboyob on, 👉🏼 Instagram:   / aboyobbhuyan   👉🏼 Twitter:   / aboyobbhuyan   *****