Перейти к содержимому

কোম্পানীৰ চাকৰি এৰি গাঁৱত আৰম্ভ কৰিলে থলুৱা ছাগলী ফাৰ্ম | Goat Farming In Assam

UPARJAN

0:00 / 0:00

কোম্পানীৰ চাকৰি এৰি গাঁৱত আৰম্ভ কৰিলে থলুৱা ছাগলী ফাৰ্ম | Goat Farming In Assam

449 862 просмотра · 5 л. назад
UPARJAN
184 тыс. подписчиков
449 862 просмотра · 5 л. назад
কোম্পানীৰ চাকৰি এৰি গাঁৱত আৰম্ভ কৰিলে থলুৱা ছাগলী ফাৰ্ম , Goat Farming In Assam গুৱাহাটীৰ কোম্পানীৰ চাকৰি এৰি এগৰাকী যুৱকে আৰম্ভ কৰিলে নিজৰ গাঁৱতে ছাগলি ফাৰ্ম ৷ মাত্ৰ ২০ জনী থলুৱা ছাগলীৰে ২০১৮ চনত আৰম্ভ কৰা এই ছাগলী ফাৰ্মখনত এতিয়া ছাগলীৰ সংখ্যা হৈছেগৈ ১৩৮ টা ৷ ছাগলী বিক্ৰী কৰি বিগত বছৰত তেওঁ লাভ কৰিছে প্ৰায় ডেৰ লাখ টকা ৷ কিশোৰ কুমাৰ ভূঞা নামৰ বিহপুৰীয়া কেন্দুগুৰিৰ গাঁৱৰ এজন যুৱক ছাগলী পালনৰ দৃশ্য এয়া ৷ এই যুৱক গৰাকীয়ে কম সময়ৰ ভিতৰতে কেনেদৰে গঢ়িলে এই বিশাল থলুৱা ছাগলীৰ ফাৰ্ম ? তেওঁ বিটেল বা চিৰহী জাতীয় বহি:ৰাজ্যৰ ছাগলীৰ বিপৰীতে কিয় বেছি গুৰুত্ব দিয়ে থলুৱা ছাগলী পোহাত? এনে বহু বিষয় জানো আহক কিশোৰ কুমাৰ ভূঞাৰ পৰা ... uparjan.in