Перейти к содержимому

Marami Saikia Nagara Naam // "সম্বসুৰ বধ" কীৰ্তনৰ নাগাৰা নাম // Ph :- 6003667840

Maa Digital Studio And Marami Saikia Entertainment

0:00 / 0:00

Marami Saikia Nagara Naam // "সম্বসুৰ বধ" কীৰ্তনৰ নাগাৰা নাম // Ph :- 6003667840

20 952 просмотра · 3 дня назад
Maa Digital Studio And Marami Saikia Entertainment
51,7 тыс. подписчиков
20 952 просмотра · 3 дня назад
Nagara Naam By - Marami Saikia Ph :- 6003667840 Recorded at : Anjan Jyoti kolaj studio (Rangia) নমস্কাৰ পোন প্ৰথমে সকলো দৰ্শকক মই মৰমী শইকীয়াই আমাৰ YouTube Channl Maa Digital Studio And Marami Saikia Entertainment লৈ স্বাগতম জনাইছো 🙏🙏 আজি আপোনালোকৰ বাবে লৈ আহিছো এটি নতুন নাগাৰা নাম "সম্বসুৰ বধ" বহুত ধুনীয়া "নাগাৰা নাম" বাণী বদ্ধ কৰি সম্পূৰ্ণ অডিঅ' আপোনালোকৰ বাবে মুকলি কৰি দিয়া হৈছে, আশা কৰিছো আপোনালোকে নামটি আদৰি লৱ । "সম্বসুৰ বধ" অভিযোজক :- যোগেশ্বৰ নাথ পাঠক :- মৰমী শইকীয়া পৰিচালক :- অনিল শইকীয়া বাদ্য যন্ত্ৰ :- হীৰক কলিতা / উদ্ধৱ নাথ / মানস বড়া / পুলকেশ ডেকা সহযোগী শিল্পী :- মনীষা / পম্পী / ভাগ্যশ্ৰী / খঞ্জনা, চয়নিকা(পৰী) / ৰীমা / হিয়ামণি / নৱনীতা / কল্পনা / জিন্তী / জয়শ্মিতা / নীলিমা আৰু চয়নিকা সম্পাদনা :- মৰমী শইকীয়া / অৰূপ কলিতা নতুন নাগাৰা নাম আৰু Live নাগাৰা নামৰ ভিডিঅ' সমূহ পাই থাকিবলৈ আমাৰ YouTube Channl টি Subscribe কৰি নাগাৰা নাম প্ৰচাৰিত কৰাৰ লক্ষত উৎসাহ যোগাব বুলি আশা কৰিলোঁ ধন্যবাদ 🙏🙏