Перейти к содержимому

আজিৰ খানাত হাঁহ আৰু কোমোৰাৰ জুটি 😋 | বহুত কিবা কিবি হ’ল আজি! #assamese #village #vlog

Local Adda и ещё 3

0:00 / 0:00

আজিৰ খানাত হাঁহ আৰু কোমোৰাৰ জুটি 😋 | বহুত কিবা কিবি হ’ল আজি! #assamese #village #vlog

537 просмотров · 9 дн. назад
Local Adda и ещё 3
537 просмотров · 9 дн. назад
আজিৰ vlog-টো অলপ বেলেগ ধৰণৰ ❤️ আজি আমি গাঁৱৰ পৰিৱেশত হাঁহ আৰু কোমোৰাৰ জুটি বনোৱাৰ লগতে দিনটোত বহুত কিবা কিবি মজাৰ ঘটনা ঘটিল। 😍 হাঁহ বিচৰা, ৰন্ধা-বঢ়াৰ preparation, বন্ধুবৰ্গৰ সৈতে মজা আৰু শেষত একেলগে খোৱা—গোটেই দিনটোৰ moments এই vlog-টোত দেখিবলৈ পাবা। ❤️ ভিডিঅ’টো ভাল লাগিলে Like 👍 | Comment 💬 | Share 🔁 | Subscribe ❤️ কৰি channel-টো support কৰিবা। ধন্যবাদ সকলোকে ❤️🙏 #AssameseVlog #VillageVlog #DuckCurry #AssameseFood #Kumura #AssameseVillage