Перейти к содержимому

নগাঁও লোকসভাৰ উপ নিৰ্বাচনত একত্ৰিত হৈ নাথাকে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী শিবিৰ

PRATHAM KHABAR 24x7

0:00 / 0:00

নগাঁও লোকসভাৰ উপ নিৰ্বাচনত একত্ৰিত হৈ নাথাকে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী শিবিৰ

24 854 просмотра · 1 месяц назад
PRATHAM KHABAR 24x7
69,5 тыс. подписчиков
24 854 просмотра · 1 месяц назад
-নগাঁও লোকসভাৰ উপ নিৰ্বাচনত একত্ৰিত হৈ নাথাকে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী শিবিৰ। এইকথা স্পষ্ট হ’ল ৰাইজৰ দলৰ স্থিতিত। নগাঁও লোকসভাৰ উপ নিৰ্বাচনত ৰাইজৰ দলে কোনো পৰিস্থিতিতে সমৰ্থন নজনায় কংগ্ৰেছক। ইয়াৰ মাজতে সংখ্যালঘু ভোটাৰৰ মন জয় কৰি দিল্লীলৈ যোৱাৰ মন মেলিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলেও। #Byelection #AssamNews #AssamPolitics #PrathamKhabar24x7 Subscribe to our channel for the latest news updates: https://shorturl.at/LGGcu Follow us on Facebook: @prathamkhabar24x7 Follow us on Instagram: @prathamkhabartv Follow us on Twitter: @khabar_pratham Our Website: https://prathamkhabartv.com #prathamkhabar24x7 #prathamkhabartv #prathamkhabarnews #prathamkhabarbreaking #prathamkhabar