Перейти к содержимому

বৰতল 🙏 ইয়ালৈ আহিলে মনোবাঞ্ছা পূৰণ হয়! | Bortol Vlog | Assam ‪@Shyboyy-7‬

ShyBoyy🤭

0:00 / 0:00

বৰতল 🙏 ইয়ালৈ আহিলে মনোবাঞ্ছা পূৰণ হয়! | Bortol Vlog | Assam ‪@Shyboyy-7‬

106 просмотров · 5 дн. назад
ShyBoyy🤭
257 подписчиков
106 просмотров · 5 дн. назад
🙏 বৰতল—বিশ্বাস, ভক্তি আৰু মনৰ আশা পূৰণৰ এক পৱিত্ৰ স্থান। কোৱা হয়, ইয়ালৈ আহি ভক্তিভাৱে প্ৰাৰ্থনা কৰিলে মনৰ আশা পূৰণ হয়। সেই বিশ্বাস আৰু আধ্যাত্মিক পৰিৱেশৰ মাজত কিছু সময় কটাবলৈ মইয়ো উপস্থিত হ'লো বৰতলত। ইয়াৰ সুন্দৰ পৰিৱেশ, ভক্তৰ সমাগম, বজাৰ আৰু বিভিন্ন দৃশ্য আপোনালোকৰ সৈতে ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিলো। ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকৰ অনুভৱ Comment কৰি জনাব। ভাল লাগিলে Like, Comment, Share আৰু Channelটো Subscribe কৰিবলৈ নাপাহৰিব। ❤️ 1st part-    • অঁকামলুৱা বৰগুৰি ঐতিহাসিক সমন্বয় ক্ষেত্ৰ ...   ধন্যবাদ। 🙏 #Borthol #AssamVlog #AssamTourism #AssameseVlogger #Golaghat #Assam #TravelVlog #অসম #অসমীয়াভ্লগ #ভক্তি