Перейти к содержимому

হৰিশ্চন্দ্ৰ উপাখ্যান ( 2) / ভাগৱত পাঠ ছবি / নৱম স্কন্ধ/bhagwat path/assamese culture1 /dipak saikia

assamese culture 1

0:00 / 0:00

হৰিশ্চন্দ্ৰ উপাখ্যান ( 2) / ভাগৱত পাঠ ছবি / নৱম স্কন্ধ/bhagwat path/assamese culture1 /dipak saikia

83 655 просмотров · 1 год назад
assamese culture 1
17,4 тыс. подписчиков
83 655 просмотров · 1 год назад
assamese culture1 , dipak saikia হৰিশ্চন্দ্ৰ উপাখ্যান vedio no 2 ৰোগৰ পৰা সকাহ পাবলৈ আৰু বৰুণদেৱক পুনৰ সন্তুষ্ট কৰিবলৈ ৰজাই বশিষ্ঠ জীৰ ওচৰলৈ গ’ল। ইয়াত ইন্দ্ৰই ৰোহিতাশ্বকক খেদি খেদি অৰণ্যলৈ লৈ গ’ল। বশিষ্ঠ জীৰ সন্মতি সাপেক্ষে ৰজাই অজিগৰ্ত নামৰ দৰিদ্ৰ ব্ৰাহ্মণৰ পুত্ৰ শুনাশ্বেপক ক্ৰয় কৰি যজ্ঞৰ প্ৰস্তুতি চলাইছিল। কিন্তু বলিদানৰ সময়ত শমিতাই কৈছিল যে মই মানুহক নহয়, পশুহে বলি দিওঁ। শমিতা যোৱাৰ সময়ত বিশ্বমিত্ৰই আহি শুনাশেপক মন্ত্ৰ এটা কৈ গ’ল আৰু মন্ত্ৰ জপ কৰিবলৈ ক’লে। এই মন্ত্ৰ জপ কৰাৰ পিছত বৰুণদেৱ নিজেই আবিৰ্ভাৱ হৈ ক'লে - হৰিশচন্দ্ৰ, তোমাৰ যজ্ঞ সম্পূৰ্ণ হ'ল। এই ব্ৰাহ্মণ কুমাৰক এৰি দিয়ক। মইও তোমাক জলসিঞ্চনৰ পৰা মুক্ত কৰি দিওঁ।