নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ ৰমবান উপায় এই ৯ টা কাম কৰিলে মা দুৰ্গাৰ কৃপা পাব | Navaratri 2026 |
Astro Sankar
0:00 / 0:00
নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ ৰমবান উপায় এই ৯ টা কাম কৰিলে মা দুৰ্গাৰ কৃপা পাব | Navaratri 2026 |
4 737 просмотров · 5 дней назад
Astro Sankar
117 тыс. подписчиков
4 737 просмотров · 5 дней назад
নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ ৰমবান উপায় এই ৯ টা কাম কৰিলে মা দুৰ্গাৰ কৃপা পাব | Navaratri 2026 |
🔱 নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ ৰমবান উপায়!! 🙏✨
Navaratri 2026 | Astro Sankar | Assamese Astrology
Assam Celebrity Astrologer Double Gold Medalist 🏅🏅Best Young Astrologer of Assam
Astro Sankar ♥️♥️🙏🙏🙏
Chamber Guwahati, Nagaon, Hojai
7002592250
নৱৰাত্ৰি আৰু দুৰ্গা পূজা হৈছে মা দুৰ্গাৰ আৰাধনাৰ এক পৱিত্ৰ সময়। এই সময়ত ভক্তিভাৱে পূজা-অৰ্চনা, জপ-ধ্যান আৰু কিছু সহজ আধ্যাত্মিক উপায় পালন কৰিলে মনত ইতিবাচক শক্তি, শান্তি আৰু ভক্তিৰ অনুভৱ বৃদ্ধি পাব পাৰে। 🌺🔱
এই ভিডিঅ’টোত জানিব পাৰিব—
✨ নৱৰাত্ৰি ২০২৬ৰ পূজাৰ গুৰুত্ব
🙏 মা দুৰ্গাক কেনেকৈ ভক্তিভাৱে পূজা কৰিব
🪔 পূজাৰ সময়ত কৰিব পৰা সহজ উপায়
🌺 কোনবোৰ সামগ্ৰীৰে পূজা কৰিব পাৰি
💰 সুখ-সমৃদ্ধি আৰু ইতিবাচকতাৰ বাবে আধ্যাত্মিক উপায়
🚫 পূজাৰ সময়ত কি কি কাম এৰাই চলিব
🔱 নৱৰাত্ৰিৰ ৯ দিনৰ সাধনা আৰু নিয়ম
ভিডিঅ’টো সম্পূৰ্ণকৈ চাওক আৰু আপোনাৰ পৰিয়ালৰ লোকসকলৰ সৈতে শ্বেয়াৰ কৰক। ❤️
🙏 মা দুৰ্গাৰ আশীৰ্বাদ সকলোৰে ওপৰত থাকক। 🙏
🔔 Astro Sankar চেনেলটো Subscribe কৰক আৰু Assamese Astrology, পূজা-পাৰ্বণ, জ্যোতিষ আৰু আধ্যাত্মিক বিষয়ৰ নতুন ভিডিঅ’ৰ বাবে লগত থাকক।
প্ৰতিপদ - শাৰদীয় শ্ৰীশ্ৰীদুৰ্গাদেৱীৰ শৈলপুত্ৰী ৰূপত “হ্রীং শিৱায় নমঃ” মন্ত্ৰৰে ঘিউৰে পূজা।
২ য়া -- শ্রীশ্রীদুর্গাদেৱীৰ ব্ৰহ্মচাৰিণী ৰূপত “হ্রীং শ্রীং অম্বিকায়ৈ নমঃ” মন্ত্ৰৰে বাটাচা মিচিৰি বগা
মিঠাই ৰে পূজা।
৩য়া শ্ৰীদুৰ্গাদেৱীৰ চন্দ্ৰঘণ্টা ৰূপত “ঐং শ্ৰীং শক্তয়ৈ নমঃ” মন্ত্ৰৰে গাখীৰ ৰে পূজা।
৪ৰ্থী শ্রীশ্রীদুর্গাদেৱীৰ কুষ্মাণ্ডী ৰূপত “ঐং হ্রীং দেব্যৈ নমঃ” মন্ত্ৰৰে মালপোৱা ভোগেৰে পূজা
৫মী শ্ৰীশ্ৰীদুৰ্গাদেৱীৰ স্কণ্ডমাতা ৰূপত “হ্ৰীং ক্লীং স্বমিন্যৈ নমঃ” মন্ত্ৰৰে কলৰ ভোগৰে পূজা।
৬ষ্ঠীশাৰদীয় শ্ৰীশ্ৰীদুৰ্গাদেৱীৰ কাত্যায়নি ৰূপত “ক্লীং শ্ৰীং ত্ৰিনেত্ৰায়ৈ নমঃ"মন্ত্ৰৰে মৌ আৰু মিঠাপানৰে পূজা।
৭মী শাৰদীয় শ্রীশ্ৰীদূৰ্গা
দেৱীৰ কালৰাত্ৰি ৰূপত "ক্লীং ঐং শ্রীং কালিকায়ৈ নমঃ” মন্ত্ৰৰে লঘুভোগ আৰু নেমুৰে পূজা।
৮মী শাৰদীয় শ্রীশ্রীদুর্গাদেৱীৰ মহাগৌৰী ৰূপত "শ্রীং ক্লীং হ্রীং বৰদায়ৈ নমঃ" মন্ত্ৰৰে নাৰিকলৰে পূজা।
৯মী শাৰদীয় শ্ৰীশ্ৰী দুৰ্গাদেৱীৰ একোণ সিদ্ধিদাত্রী ৰূপত “হ্রীং ক্লীং ঐং সিদ্ধয়ৈ নমঃ” মন্ত্ৰৰে ডালিম ফলৰে পূজা।
Your's Querie's :-
নৱৰাত্ৰি ২০২৬
Navaratri 2026
Navratri 2026
Navratri Upay
Navaratri Upay 2026
নৱৰাত্ৰিৰ উপায়
নৱৰাত্ৰিৰ মহাউপায়
দুৰ্গা পূজা ২০২৬
Durga Puja 2026
Durga Puja Upay
Maa Durga Upay
মা দুৰ্গাৰ কৃপা
মা দুৰ্গাৰ আশীৰ্বাদ
ভাগ্য সলনিৰ উপায়
ধন লাভৰ উপায়
সুখ সমৃদ্ধিৰ উপায়
ঘৰৰ নেতিবাচক শক্তি দূৰ কৰাৰ উপায়
Assamese Astrology
Assamese Jyotish
Astrology 2026
জ্যোতিষ ২০২৬
পূজাৰ নিয়ম
নৱৰাত্ৰি পূজাৰ নিয়ম
Navratri Puja Vidhi
Navratri Puja Rules
Navratri Remedies
Navratri 9 Days
Maa Durga Blessings
Durga Puja Remedies
Astro Sankar
Astro Sankar Assamese Astrology
Assamese Astrology YouTube
Viral Astrology
গুপ্ত উপায়
ৰমবান উপায়
মহাউপায়
শুভ উপায়
#Navaratri2026 #নৱৰাত্ৰি2026 #DurgaPuja2026 #MaaDurga #NavratriUpay #AssameseAstrology #AstroSankar #দুৰ্গাপূজা #নৱৰাত্ৰি #মাদুৰ্গা #জ্যোতিষ #পূজাৰউপায়
Connect with us:-
https://whatsapp.com/c...
Instagram :-
https://www.instagram.com/astro_sanka...
Facebook :- / 1bmykdnjdy
YouTube :- / @astrosankar-22
For business enquiries:- sankarpost877@gmail.com
My Facebook Link
/ 1bmykdnjdy
My WhatsApp Channel link
https://whatsapp.com/c...
My Instagram Link
https://www.instagram.com/astro_sanka...
------------------------------------------------------------------
[ THANKS FOR WATCHING THIS VIDEO ]
------------------------------------------------------------------
Assam Celebrity Astrologer Double Gold Medalist 🏅🏅Best Young Astrologer of Assam
Astro Sankar ♥️♥️🙏🙏🙏
Chamber Guwahati, Nagaon, Hojai
7002592250