Перейти к содержимому

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী বিৰোধী ৰাজনৈতিক দলসমূহৰ

Pratidin Time

0:00 / 0:00

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী বিৰোধী ৰাজনৈতিক দলসমূহৰ

2 724 просмотра · 19 часов назад
Pratidin Time
2,67 млн подписчиков
2 724 просмотра · 19 часов назад
দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী বিৰোধী ৰাজনৈতিক দলসমূহৰ। কিন্তু বিৰোধী দলসমূহক দেশৰ সাংবিধানিক সংস্থাসমূহক লৈ ৰাজনীতি নকৰাৰ আহ্বান জনালে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে। নতুন দিল্লীত সাদিন-প্ৰতিদিন গোষ্ঠীৰ ‘দ্য কনক্লেভ-২০২৬’ত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিৰোধীক জনালে এই আহ্বান। এই অনুষ্ঠানতে নিৰ্বাচন আয়োগৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ কোনো হস্তক্ষেপ নাই বুলিও স্পষ্ট কৰি দিয়ে কিৰেণ ৰিজিজুৱে। বিজেপিৰ আমোলত নিৰ্বাচন আয়োগৰ বহু সংস্কাৰ অনা হৈছে বুলিও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। #TheConclave2026 #PratidinConclave #Pratidinmedianetwork #PratidinTime