Перейти к содержимому

Class 10 History Ch-3 | অসমত ব্ৰিটিছ বিৰোধী জাগৰণ | All Q&A + Most Important MCQs

Educate Army

0:00 / 0:00

Class 10 History Ch-3 | অসমত ব্ৰিটিছ বিৰোধী জাগৰণ | All Q&A + Most Important MCQs

78 просмотров · 4 недели назад
Educate Army
44 подписчика
78 просмотров · 4 недели назад
📚 Class 10 History – Chapter 3 | অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই ভিডিঅ'টো Class 10 Assam Board / HSLC শিক্ষাৰ্থীসকলৰ বাবে Chapter 3-ৰ সম্পূৰ্ণ exam-oriented preparation হিচাপে প্ৰস্তুত কৰা হৈছে। এই অধ্যায়ৰ অতি চমু উত্তৰ, দীঘল উত্তৰ, চমু টোকা আৰু Most Important MCQs সহজ ভাষাত আলোচনা কৰা হৈছে। এই ভিডিঅ'টোত বিশেষভাৱে আলোচনা কৰা হৈছে— ✅ ১৮৫৭–৫৮ চনৰ বিদ্ৰোহ ✅ মণিৰাম দেৱানৰ ভূমিকা ✅ বিদ্ৰোহৰ কাৰণ আৰু বিফলতাৰ কাৰণ ✅ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব ✅ ফুলগুৰি ধাৱা ✅ ৰঙিয়াৰ কৃষক বিদ্ৰোহ ✅ লচিমাৰ কৃষক বিদ্ৰোহ ✅ পথৰুঘাটৰ ৰণ ✅ জয়ন্তীয়া বিদ্ৰোহ ✅ মণিপুৰৰ ১৮৯১ চনৰ বিদ্ৰোহ ✅ টিকেন্দ্ৰজিৎ ✅ পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ MCQs 🎯 What you will get: • All Exercise Question Answers • Short & Long Answers • Important Short Notes • Most Important MCQs • Exam-oriented facts • Important dates, names & events 📌 যদি তুমি Class 10 Assam Board / HSLC পৰীক্ষাৰ বাবে History Chapter 3 ভালদৰে প্ৰস্তুতি কৰিব বিচৰা, তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা আৰু গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ revise কৰা। ❤️ ভিডিঅ'টো ভাল লাগিলে Like, Share & Subscribe কৰিবলৈ নাপাহৰিবা। Educate Army — Learn Smart, Prepare Better & Achieve More!