Перейти к содержимому

বিদায় মা দুৰ্গা 🙏🌺//#maadurga #puja ‪@RKfunaxom‬

Rk fun axom

0:00 / 0:00

বিদায় মা দুৰ্গা 🙏🌺//#maadurga #puja ‪@RKfunaxom‬

89 просмотров · 2 нед. назад
Rk fun axom
879 подписчиков
89 просмотров · 2 нед. назад
বিদায় মা দুৰ্গা 🙏🌺 মা, আজি তোমাক বিদায় দিয়াৰ এই ক্ষণত চকুত চকুলো, বুকুত হাজাৰটা অনুভৱ। 🥹❤️ আকৌ এবছৰৰ অপেক্ষা, আকৌ তোমাৰ আগমনৰ আশা। তুমি সকলোৰে দুখ-দুৰ্দশা দূৰ কৰি সকলোৰে জীৱন সুখ, শান্তি আৰু আশীৰ্বাদেৰে ভৰাই ৰাখিবা। আহা বছৰ আকৌ আহিবা মা… 🌺🙏 জয় মা দুৰ্গা! 🔱❤️