GNM পঢ়াৰ আগতে এইবোৰ জানি লোৱা!😳Admission,Hostel,Councelling,Scholarship & More||GNM Q&A||
Manalisha Vlogs
0:00 / 0:00
GNM পঢ়াৰ আগতে এইবোৰ জানি লোৱা!😳Admission,Hostel,Councelling,Scholarship & More||GNM Q&A||
4 977 просмотров · 2 недели назад
Manalisha Vlogs
835 подписчиков
4 977 просмотров · 2 недели назад
GNM পঢ়িবলৈ যোৱাৰ আগতে মনত থকা সকলো confusion আজি clear কৰোঁ! ❤️
এই video-টোত তোমালোকৰ পৰা অহা কিছুমান most asked GNM questions ৰ answer দিছোঁ—
✨ কোন language-ত GNM পঢ়িব লাগে?
✨ Science stream নাথাকিলেও GNM কৰিব পাৰিনে?
✨ Hostel-ত থাকিব লাগে নেকি?
✨ Scholarship পোৱা যায় নেকি?
✨ Admission ৰ পিছত class, duty আৰু hostel life কেনেকুৱা?
আৰু বহুতো common questionsৰ answer video-টোত আলোচনা কৰিছোঁ।
GNM join কৰিব বিচৰা students আৰু GNM লৈ interested সকলোৰে বাবে video-টো helpful হ'ব বুলি আশা কৰিছোঁ। 🩺👩⚕️
ভাল লাগিলে Like 👍 | Comment 💬 | Share 📲 | Subscribe ❤️ কৰিবলৈ নাপাহৰিবা।
#GNM #GNMQA #GNMAdmission #GNMAssam #Nursing #GNMNursing #GNMStudents #NursingStudents #AssamNursing #GNMHostel