Перейти к содержимому

জাগীৰোডত নিৰ্মীয়মাণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলাষী ছেমি কণ্ডাক্টৰ প্ৰকল্পলৈ আহিছে ভাবুকি

PRATHAM KHABAR 24x7

0:00 / 0:00

জাগীৰোডত নিৰ্মীয়মাণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলাষী ছেমি কণ্ডাক্টৰ প্ৰকল্পলৈ আহিছে ভাবুকি

51 026 просмотров · 10 дней назад
PRATHAM KHABAR 24x7
69,9 тыс. подписчиков
51 026 просмотров · 10 дней назад
জাগীৰোডত নিৰ্মীয়মাণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলাষী ছেমি কণ্ডাক্টৰ প্ৰকল্পলৈ আহিছে ভাবুকি। প্ৰকল্পৰ উৎপাদন আৰম্ভ হোৱাৰ পূৰ্বেই শ্বাস-প্ৰশ্বাস ৰুদ্ধ হোৱাৰ উপক্ৰম। জাগীৰোডৰ সীমান্তৱৰ্তী পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, নগাঁও আৰু মৰিগাঁৱত চলি থকা অবৈধ শিলৰ কোঁৱেৰি তথা পাহাৰ খননৰ বাবে সংকটৰ মুখামুখি হৈছে টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পটো। চাওক আমাৰ এই EXCLUSIVE প্ৰতিবেদন। #semiconductor #jagiroadsemiconductor #assam Subscribe to our channel for the latest news updates: https://shorturl.at/LGGcu Follow us on Facebook: @prathamkhabar24x7 Follow us on Instagram: @prathamkhabartv Follow us on Twitter: @khabar_pratham Our Website: https://prathamkhabartv.com #prathamkhabar24x7 #prathamkhabartv #prathamkhabarnews #prathamkhabarbreaking #prathamkhabar