চিৰাঙৰ ছাপাগুৰী Small business ৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়িক দুই এজন ব্যক্তিয়ে বদনাম কৰা বুলি অভিযোগ
অসম জাতিৰ খবৰ
0:00 / 0:00
চিৰাঙৰ ছাপাগুৰী Small business ৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়িক দুই এজন ব্যক্তিয়ে বদনাম কৰা বুলি অভিযোগ
19 424 просмотра · 1 г. назад
অসম জাতিৰ খবৰ
119 подписчиков
19 424 просмотра · 1 г. назад
চিৰাঙৰ ছাপাগুৰী Small business ৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়িক দুই এজন ব্যক্তিয়ে বদনাম কৰা বুলি অভিযোগ উত্থাপিত কৰিছে Small businessৰ স্বত্বাধিকাৰীয়ে।
অতি কম মূল্যত ঘৰ নিৰ্মাণৰ সামগ্ৰী বিক্ৰী কৰাৰ বাবেই যেন একাংশৰ চকুৰ কুটা হৈ পৰিছে Small businessৰ স্বত্বাধিকাৰীজন।
যোৱা ০৯/০৫/২০২৫ইং তাৰিখে এজন ব্যক্তিয়ে Small business নামৰ দোকানখনত ঘৰ নিৰ্মাণৰ সামগ্ৰী ক্ৰয় কৰিবলৈ আহে আৰু নগত ধন আদায় নিদিয়াৰ ফলত Small business ৰ স্বত্বাধিকাৰী ঘৰ নিৰ্মাণৰ সামগ্ৰী বিক্ৰী কৰিবলৈ মান্তি নোহোৱাত স্বত্বাধিকাৰীজনৰ বিৰুদ্ধে Gst bill নিদিয়া বুলি মিছা অভিযোগ উত্থাপিত কৰি সংবাদ মাধ্যমৰ যোগেদি মিছা বাতৰি সম্প্ৰচাৰ কৰায়।
আজি সংবাদ মাধ্যমৰ যোগেদি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰেতাসকলে মত প্ৰকাশ কৰি কয় যে Small businessয়ে Gst billসহ অতি কম মূল্যত গ্ৰাহক সকলক ঘৰ নিৰ্মাণৰ সামগ্ৰী যোগান ধৰে।