Ashirwad Ka Diya Photo Upload | SHG মহিলাই Website-ত Photo কেনেকৈ Upload কৰিব? | Step-by-Step
Kirtonia Sir
0:00 / 0:00
Ashirwad Ka Diya Photo Upload | SHG মহিলাই Website-ত Photo কেনেকৈ Upload কৰিব? | Step-by-Step
40 538 просмотров · 1 день назад
Kirtonia Sir
3,31 тыс. подписчиков
40 538 просмотров · 1 день назад
Ashirwad Ka Diya Program-ৰ বাবে SHG মহিলাসকলে নিজৰ Photo/Selfie কেনেকৈ website-ত upload কৰিব, সেই সম্পূৰ্ণ প্ৰক্ৰিয়াটো এই ভিডিঅ’টোত step-by-step দেখুওৱা হৈছে।
Photo Upload URL: https://jeuti.asrlms.org
এই tutorial-টো চাই আপুনি সহজে জানিব পাৰিব—
📍 Website-ত Location কেনেকৈ select কৰিব
👩 SHG আৰু Member details কেনেকৈ select কৰিব
📸 Selfie/Photo কেনেকৈ upload বা capture কৰিব
✅ Photo submit কৰাৰ আগতে কি কি check কৰিব
📝 Final submission কেনেকৈ complete কৰিব
বিশেষকৈ SHG মহিলা আৰু সংশ্লিষ্ট সদস্যসকলৰ সুবিধাৰ বাবে এই tutorial-টো সহজভাৱে তৈয়াৰ কৰা হৈছে, যাতে photo upload কৰোঁতে ভুল নহয়।
👉 ভিডিঅ’টো শেষলৈকে চাওক আৰু step-by-step process অনুসৰণ কৰক।
#AshirwadKaDiya #SHG #Jeti #PhotoUpload #SevaSankalpAbhiyan #Assam #SHGTutorial #StepByStep