Hojai ৰ নতুন Marketত Pani Puri Without Us! 😂 | Seniors’ Advice & YouTube Journey | Life with Ashif
Life With Ashif
0:00 / 0:00
Hojai ৰ নতুন Marketত Pani Puri Without Us! 😂 | Seniors’ Advice & YouTube Journey | Life with Ashif
100 просмотров · 10 дней назад
Life With Ashif
128 подписчиков
100 просмотров · 10 дней назад
আজিৰ vlogটো একেবাৰে simple কিন্তু memorable আছিল ❤️
আজি আমি কেইজনমান friend লগত Hojaiৰ নতুন Market ফালে ওলাই গ’লোঁ। Marketলৈ যোৱাৰ বাটত roadৰ বেয়া গাঁতবোৰ দেখিলোঁ, আৰু অৱশেষত Marketত গৈ দেখি আমাৰ বন্ধুবোৰে আমাক নোহোৱাকৈ Pani Puri খাই আছে! 😂
তাৰ পিছত আমাৰ catটোৰ বাবে Amul milk লৈ আহিলোঁ। 🐱❤️
আৰু vlogৰ আটাইতকৈ motivating partটো আছিল মোৰ seniorsসকলৰ advice। তেওঁলোকে YouTubeত continue কৰিবলৈ আৰু একে-আনক support কৰিবলৈ ক’লে। তেওঁলোকৰ নিজৰ YouTube channelsৰ কথাও share কৰিলে। এই কথাবোৰে মোক আৰু বেছি motivated কৰিলে যে ভয় নকৰি নিজৰ YouTube journey continue কৰিব লাগিব। ❤️
এই vlogটো যদি ভাল লাগে, Like 👍 | Comment 💬 | Subscribe ❤️ কৰি মোৰ YouTube journeyত support কৰিবা।
Life with Ashif — just a small creator with a big dream. ❤️
#LifeWithAshif #HojaiVlog #AssameseVlog #Hojai #PaniPuri #DailyVlog #AssamVlogger #YouTubeJourney