আজি স্কুল বন্ধ - মাকৰহে পৰীক্ষা.
Sangita's Village Vlog & Cooking
0:00 / 0:00
আজি স্কুল বন্ধ - মাকৰহে পৰীক্ষা.
22 просмотра · 2 недели назад
Sangita's Village Vlog & Cooking
258 подписчиков
22 просмотра · 2 недели назад
ল'ৰাৰ কাইলৈ হাফ ইয়াৰ্লি পৰীক্ষা বাবে আজি স্কুল বন্ধ।
ৰাতিপুৱা চাহ খাই উঠিয়েই পঢ়াবলৈ বহিলোঁ, কিন্তু মোৰ কথাত একেবাৰে ভয় নকৰে। পঢ়াৰ সময়ত শুই থাকে আৰু খেলাৰ সময়তহে সাৰ পাই থাকে।
শেষত মই ভাত বনাবলৈ আহিলোঁ, সি দেউতাকৰ লগত ফুৰিবলৈ ওলাই গ'ল। এতিয়া ভাত-পানী খাইহে আজৰি হলোঁ।
সকলো মাকৰে একে অৱস্থা নে কি? 😅
#HalfYearlyExam #AssameseMom #MomAndSon #MaArLora #AssameseVlog #Guwahati #SangitaPage #MomLife #FunnyMom #ExamTime