Перейти к содержимому

Mouxona - মৌসনা | Shubhashis Bora | New Assamese Romantic Song 2026 | Official Video

The immortal soul (zg)

0:00 / 0:00

Mouxona - মৌসনা | Shubhashis Bora | New Assamese Romantic Song 2026 | Official Video

1 107 просмотров · 2 дня назад
The immortal soul (zg)
1,36 тыс. подписчиков
1 107 просмотров · 2 дня назад
#mouxona #Romanticsong #Shubhashisbora #2026newsong "মৌসনা" এটি নতুন গীত আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো, সকলোৱে গীতটি শুনিব আৰু মৰম দিব ধন্যবাদ || SINGER : SHUBHASHIS BORA LYRICS AND TUNE : SHUBHASHIS BORA ADDITIONAL LYRICS: MANASHIS NIBIR MUSIC : MANASH NIBIR & ANIMESH BATCHA MIX - MASTER : ANIMESH BATCHA LYRICAL VIDEO : SHUBHASHIS BORA মৌসনা ভাষা বোৰে     বাগৰ সলাই তোমাক পালে আবিৰ সানে দুচকুতে      শৰতৰ নিয়ৰ জাকে জোনাকী হৈ পোহৰ দিবা এন্ধাৰ আকাশত সজিম দুয়ো ইন্দ্ৰধনু মন আকাশত গভীৰ ৰাতি মোৰ চকুত সপোন হৈ তুমি আহানা নীৰৱ তৃশা ফালি বুকুত ফাগুন হৈ তুমি ৰোৱানা গোপনে গোপনে ভাবো যে তোমাক বুজি নোপোৱা নে মনৰে কথা কিদৰে কলে মই বুজি পাবা কানে কানে তোমাক কও শুনা অ প্ৰিয়া তুমি মোৰ প্ৰিয়া তুমি মাথো মোৰ হোৱা