SIR ৰ সলনি অসমত SR হোৱাৰ সৈতে জ্ঞানেশ কুমাৰৰ পদত্যাগ বিচৰা প্ৰসংগৰে কি মিল?
NorthEast Now
0:00 / 0:00
SIR ৰ সলনি অসমত SR হোৱাৰ সৈতে জ্ঞানেশ কুমাৰৰ পদত্যাগ বিচৰা প্ৰসংগৰে কি মিল?
5 999 просмотров · 10 часов назад
NorthEast Now
468 тыс. подписчиков
5 999 просмотров · 10 часов назад
📌জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ৰাহুল গান্ধী!
📌হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন;প্ৰধানমন্ত্ৰী যদি ভোট চুৰিৰে হ’ল,ৰাহুল গান্ধীও ভোট চুৰিৰেহে বিৰোধী দলপতি হ’ল নেকি?
📌কাঠগড়াত নিৰ্বাচন আয়োগ আৰু শাসকীয় পক্ষ!
📌অসমত SR এ ৰক্ষা কৰিলে নেকি BJP ৰ ১২ লাখ ভোট বেংক?
📌যদিহে অসমত SIR অনুস্থিত হ'ল হেঁতেন,তেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে হেৰুৱাব লগীয়া হ'ল হেঁতেন নেকি লাখ লাখ ভোটবেংক?
📌পঞ্জাৱ,তামিলনাডু,ৰাজস্থান উত্তৰপ্ৰদেশ এই সকলোতে SIR প্ৰক্ৰিয়া হ'ল,কিন্তু অসমত কিয় নহ'ল?___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - www.facebook.com/nenownews/
Twitter - www.twitter.com/NENowNews/
Instagram - www.instagram.com/northeast.now