Перейти к содержимому

Kepetula Mukuho Beni (কেপেতুলা মুকুহ' বেনি) | Cover Song | Anuj Airiyo Creation | AI

Anuj Airiyo Deori Official

0:00 / 0:00

Kepetula Mukuho Beni (কেপেতুলা মুকুহ' বেনি) | Cover Song | Anuj Airiyo Creation | AI

3 398 просмотров · 3 месяца назад
Anuj Airiyo Deori Official
45,8 тыс. подписчиков
3 398 просмотров · 3 месяца назад
নমস্কাৰ পুনৰ আপোনালোকৰ বাবে লৈ আহিছো এটা পুৰণি জনপ্ৰিয় গীতৰ এক নতুন ফিউচন ডিজে মিক্স (Fusion DJ Mix)। AI-ৰ সহায়ত এই গীতটিক এক আধুনিক ৰূপ দিয়াৰ চেষ্টা কৰিছো যাতে নতুন প্ৰজন্মৰ লগতে সকলোৱে ইয়াৰ সোৱাদ ল’ব পাৰে। বিশেষ কৃতজ্ঞতা আৰু ক্ষমা প্ৰাৰ্থনা: এই গীতটিৰ মূল সৃষ্টিকৰ্তা, প্ৰযোজক (Producer), কণ্ঠশিল্পী (Singer) আৰু সংগীত পৰিচালকসকললৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। এইটো কেৱল মনোৰঞ্জনৰ বাবে আৰু গীতটিৰ প্ৰতি থকা মোৰ ভালপোৱাৰ বাবেহে পুনৰ নিৰ্মাণ কৰা হৈছে। এই কামৰ জৰিয়তে যদি কাৰোবাৰ মনত আঘাত লাগিছে বা কিবা ভুল হৈছে, তেন্তে মই ক্ষমা বিচাৰিছো। মোৰ উদ্দেশ্য কেৱল মূল গীতটিক নতুন মাত্ৰা দিয়াটোহে, কাৰো কামক অৱমাননা কৰা নহয়। কৰবাত উচ্চাৰণ হয়টো ভুল হৈছে তাৰ বাবেও ক্ষমাপ্ৰাৰ্থী। আশা কৰোঁ আপোনালোকে এই Fusion সংস্কৰণটো শুনি ভাল পাব। যদি ভাল লাগে তেন্তে Like, Share আৰু Subscribe কৰিবলৈ নাপাহৰিব! #anujairiyo #deoridjremix #deoricoversong #deorinewsong