পৰকীয়া প্ৰেমিকেৰে মিলি পত্নী-কন্যাই হত্যা কৰিছিল উত্তম গগৈক।
News Live
0:00 / 0:00
পৰকীয়া প্ৰেমিকেৰে মিলি পত্নী-কন্যাই হত্যা কৰিছিল উত্তম গগৈক।
100 526 просмотров · 1 год назад
News Live
3,33 млн подписчиков
100 526 просмотров · 1 год назад
📌পৰকীয়া প্ৰেমিকেৰে মিলি পত্নী-কন্যাই হত্যা কৰিছিল উত্তম গগৈক।
📌২৪ জুলাইত ডিব্ৰুগড়ৰ বৰবৰুৱাত সংঘটিত হত্যাকাণ্ডৰ তদন্তত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য।
📌হত্যাকাৰী পত্নী-কন্যা, প্ৰেমিককে ধৰি ৪ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ।
📌শোৱাপাটীতে উত্তম গগৈক হত্যা কৰি ঘটনাক ৰূপ দিয়াৰ চেষ্টা কৰিছিল ডকাইতিৰ।
📌২ প্ৰেমিকে মিলি প্ৰথমে কাটি পেলাইছিল উত্তম গগৈৰ এখন কান।
📌হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবীত থানা ঘেৰাও ৰাইজৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: http://newslivetv.com/