সন্তানে অনবৰতে MOBILE চাই থাকে নেকি? | সকলো পৰীক্ষাত উত্তম ফল পোৱাৰ বাস্তু সন্মত উপায় | #goodliife
Good Liife
0:00 / 0:00
সন্তানে অনবৰতে MOBILE চাই থাকে নেকি? | সকলো পৰীক্ষাত উত্তম ফল পোৱাৰ বাস্তু সন্মত উপায় | #goodliife
48 322 просмотра · 2 месяца назад
Good Liife
33,3 тыс. подписчиков
48 322 просмотра · 2 месяца назад
সন্তানে সদায় মোবাইল বিচাৰে নেকি? 📱 পঢ়াত মন বহুৱাব নোৱাৰে নেকি? এই ভিডিঅ’ত জানিব পাৰিব বাস্তু শাস্ত্ৰ অনুসৰি পঢ়া টেবুলত ৰাখিবলগীয়া মাত্ৰ দুটা বিশেষ বস্তু, যিয়ে ছাত্ৰ-ছাত্ৰীৰ একাগ্ৰতা বৃদ্ধি, মনোযোগ উন্নত আৰু অধ্যয়নত ইতিবাচক শক্তি বৃদ্ধি কৰাত সহায় কৰিব পাৰে।
ভিডিঅ’টোত আলোচনা কৰা হৈছে:
✅ মোবাইলৰ প্ৰতি অধিক আসক্তি কমাবলৈ বাস্তু উপায়
✅ পঢ়া টেবুলৰ সঠিক ব্যৱস্থা
✅ পৰীক্ষাত ভাল ফল লাভৰ বাবে বাস্তু টিপছ
✅ একাগ্ৰতা আৰু স্মৃতিশক্তি বৃদ্ধিৰ সহজ উপায়
✅ ঘৰত ইতিবাচক শক্তি বৃদ্ধি কৰাৰ নিয়ম
ভিডিঅ’টো শেষলৈকে চাওক আৰু আপোনাৰ মতামত কমেণ্টত জনাবলৈ নাপাহৰিব।
👍 Like | 💬 Comment | 🔔 Subscribe | 📢 Share
#goodliife #VastuTips #StudyRoomVastu #ExamSuccess #StudentMotivation #MobileAddiction #VastuShastra #AssameseVideo #EducationTips #PositiveEnergy