Перейти к содержимому

Biswakarma Bandana | Kangkan Barman | Assamese Devotional Song

KB's Music и ещё 2

0:00 / 0:00

Biswakarma Bandana | Kangkan Barman | Assamese Devotional Song

4 807 просмотров · 4 дня назад
KB's Music и ещё 2
4 807 просмотров · 4 дня назад
KB's Music Presents Assamese Devotional Song 2026 - Biswakarma Bandana :: Audio Credits :: Lyrics & Composition : Kangkan Barman Vocals : Bidyut Bikash, Naba Niyor, Jay Sarmah, Hrishita Saharia, Sunami Nath, Hirakjyoti Nath Music : Hirakjyoti Nath Tabla : Raja Baruah Guitar : Mon Akash Saikia Flute : Naba Saikia :: Video Credits :: Lyrical Video : Uddipta Kumar Bhattacharyya Studio : Blue Raaga Audio Visual Lyrics: বাবা বিশ্বকৰ্মা তুমি জ্ঞানৰ জেউতি হৈ ৰন্ধ্ৰে ৰন্ধ্ৰে বোৱাই সৃষ্টিৰ বোৱতি নৈ তোমাৰ হাতৰ নিপুন বোলত বিশ্ব পুলকিত হয় সেউজী ধৰাৰ মুক্ত বিহঙ্গই তোমাৰেই জয়গান গায় চন্দ্ৰ সূৰ্য আৰু অলেখ তৰা তোমাৰ সৃষ্টিৰেই নাম মহাজগতৰ বিশ্ব বিন্যাস প্ৰতিতেই তোমাৰেই কাম আশীস কৰাহে দেৱতা সভ্যতাৰ গঢ়িবলে বাট তোমাৰ জ্ঞানৰ দীপ্তিৰেই সাঁজি যাম প্ৰগতিৰ ঘাট মাটি আকাশ হ’ব বিজয় প্ৰকাশ প্ৰান্তে প্ৰান্তে হ’ব নৱ ইতিহাস ৰাখি যাম সমাজত মান দৃঢ় হ’ব স্বাভিমান #BiswakarmaBandana #BishwakarmaPuja #AssameseDevotionalSong #BiswakarmaSong #AssameseBhaktiSong #বিশ্বকৰ্মাবন্দনা