গৌৰৱ গগৈক কিয় একাংশই ৰাজকুমাৰ আখ্যা দিয়ে?
NKTV PLUS
0:00 / 0:00
গৌৰৱ গগৈক কিয় একাংশই ৰাজকুমাৰ আখ্যা দিয়ে?
872 242 просмотра · 1 г. назад
NKTV PLUS
832 тыс. подписчиков
872 242 просмотра · 1 г. назад
গৌৰৱ গগৈক কিয় একাংশই ৰাজকুমাৰ আখ্যা দিয়ে?
তৰুণ গগৈৰ পুত্ৰ হোৱাটোৱে তেওঁক ৰাজনীতিত সুবিধা কৰি দিয়ে নেকি?
একাংশৰ অভিযোগ তেওঁৰ এটা VIP কালছাৰ আছে, সহজতে লগ কৰিব নোৱাৰি
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক বেয়া পায় নেকি?
‘৩ গগৈ’ সন্দৰ্ভত গৌৰৱ গগৈৰ মন্তব্য কি?
হিমন্ত বিশ্ব শৰ্মাই বিশ্বাসঘাতকতা কৰিব বুলি গৌৰৱ গগৈয়ে ভাবিছিল নে?
অসমত কংগ্ৰেছ চৰকাৰ হ’লে তেওঁ হ’ব নেকি মুখ্যমন্ত্ৰীৰ দাবীদাৰ?
গৌৰৱ গগৈৰ দৃষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ দুটা ভাল কাম কি কি?
কংগ্ৰেছৰ নেতৃত্বৰ ক্ষেত্ৰত ভূপেন বৰা তেওঁৰ প্ৰতিদ্বন্দ্বী নেকি?
অসমত কংগ্ৰেছ নেতৃত্ব কেইবাটাও শিবিৰত কিয় বিভক্ত?
প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত কংগ্ৰেছত লবী ৰাজনীতিয়ে ক্ৰিয়া কৰে কিয়?
কি কি ইছ্যু লৈ অহা নিৰ্বাচনত বিজেপিৰ মুখামুখি হ’ব কংগ্ৰেছ?
গৌৰৱ গগৈৰ অসমক লৈ ৫টা সপোন কি কি?
লক্ষ্যজিৎ আৰু জবাৰ সৈতে ‘যি ক’ম সঁচা ক’ম’