অসমত প্রথমবাৰৰ বাবে CJPৰ ৰাষ্ট্রীয় মুখপাত্র আশুতোষ ৰাংকা
Pratidin Time
0:00 / 0:00
অসমত প্রথমবাৰৰ বাবে CJPৰ ৰাষ্ট্রীয় মুখপাত্র আশুতোষ ৰাংকা
20 283 просмотра · 20 часов назад
Pratidin Time
2,67 млн подписчиков
20 283 просмотра · 20 часов назад
দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক লৈ ‘ৰাজনৈতিক ধুমুহা’
জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে CJPৰ ‘ডেডলাইন’
জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে কি কৰিব CJPয়ে?
দেশজুৰি ককৰোছ জনতা পাৰ্টিৰ আন্দোলনৰ কাৰ্যসূচী কেতিয়া?
এইবাৰ দিল্লীৰ পৰিৱৰ্তে মুম্বাইক কিয় বাছনি কৰিলে CJPয়ে?
অসমক লৈ CJPৰ নতুন পৰিকল্পনা কি?
অসমত প্রথমবাৰৰ বাবে CJPৰ ৰাষ্ট্রীয় মুখপাত্র আশুতোষ ৰাংকা
আজি ষ্টুডিঅ’ত অভিজিৎ দীপকেৰ সতীৰ্থ আশুতোষ ৰাংকা
অসমৰ বিদ্যালয় ঠিক কৰাৰ বাবে কি কি কাৰ্যসূচী CJPৰ?
CJPৰ প্রতি অসমৰ Gen Zৰ আকৰ্ষণ আৰু আগ্রহ কিমান?
ৰাজনৈতিক সম্পাদক নয়ন প্রতীম কুমাৰৰ সৈতে ‘বিশেষ আধাঘণ্টা’
#PratidinTime #cjp #AshutoshRanka #assam