Перейти к содержимому

মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 1 #PratidinTimeLIVE

Pratidin Time

0:00 / 0:00

মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 1 #PratidinTimeLIVE

5 552 просмотра · Трансляция закончилась 7 часов назад
Pratidin Time
2,66 млн подписчиков
5 552 просмотра · Трансляция закончилась 7 часов назад
আজি সুধাকণ্ঠৰ জন্মৰ ১০০ বছৰ সম্পূৰ্ণ সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীত অসমৰ আকাশে-বতাহে আজি বাজিছে ভূপেন্দ্র সংগীত আজি ‘ভূপেন্দ্র সংগীত’ৰ জন্মৰ ইতিহাস আপোনালোকৰ বাবে প্রথম ‘ভূপেন্দ্ৰ সংগীত’ৰ প্রস্তাৱ কোনে, ক’ত দাঙি ধৰিছিল? প্রথমবাৰলৈ ‘ভূপেন্দ্র সংগীত’ৰ প্রস্তাৱ শুনি ভূপেন হাজৰিকাই কি কৈছিল? ভূপেন হাজৰিকাৰ সন্মুখত প্রথম ‘ভূপেন্দ্র সংগীত’ কোনে আৰু ক’ত গাইছিল? প্রথম ক’ত, কেতিয়া, কেনেকৈ, কিদৰে ‘ভূপেন্দ্র সংগীত’ প্রতিযোগিতাৰ আয়োজন হৈছিল? ‘ভূপেন্দ্র সংগীত’ প্রতিযোগিতাৰ প্রথম বিচাৰক আৰু প্রতিযোগীসকল কোন কোন আছিল? ‘ভূপেন্দ্র সংগীত’ৰ জন্মক্ষণৰ সকলো কথা ক’ব সেই সময়ৰ কেইবাগৰাকীও সাক্ষীয়ে ‘অভিমত’ত সুধাকণ্ঠৰ জীৱনৰ এক বিশেষ অধ্যায়ৰ আজি সাক্ষী হওক আপুনিও মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 1 #PratidinTimeLIVE