Перейти к содержимому

Bhaskar Opswel - Xewali [Official Audio]

BHASKAR OPSWEL

0:00 / 0:00

Bhaskar Opswel - Xewali [Official Audio]

35 834 932 просмотра · 4 года назад
BHASKAR OPSWEL
703 тыс. подписчиков
35 834 932 просмотра · 4 года назад
Follow Bhaskar: https://www.instagram.com/bhaskaropsw...   / bhaskaropswel   Follow Abhinab: https://instagram.com/nath_abhinava?u... #bhaskaropswel #Xewali Bhaskar Opswel - Xewali [Official Audio] Lyrics ~ Abhinav Nath Vocal/Composition/Music ~ Bhaskar Opswel Mix/Master ~ Koustav Saikia Flute ~ Anjan Medhi & Anurag Saikia Guitar ~ Tiku Boro G-Design ~ Rongmon Motion visual ~ Suraj Gogoi Recorded ~ Taal audio lab (Morigaon) and B.N Music studio special thanks Gaurisnkr, Poketo, Bhargab pall,Harsh,Partho,Chandan mahanta, Dibya mahanta Lyrics___! শেৱালি তুমি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ ৰাগিনী গীতৰ শেৱালি তুমি মোৰ হিয়াৰে কোণৰ শুকুলা মেঘৰ দৰদী সৰগী সুৰীয়া প্ৰাণ আছুতীয়া মৰমৰ সুৰ তুমিয়েই মোৰ গান শেৱালি তুমি আহিবা ঐ শাৰদী কুঁৱলী হৈ শেৱালি তুমি যাবাগৈ কুঁৱলী সিক্ত হৈ অ' মোৰ সেমেকা মনক লৈ জোনাকী বাটলৈ অ' মোৰ কাষতে বহি ৰৈ থাকিবা শেষলৈ মোৰ মিনতি তুমি থাপনাৰ জেউতি ৰাণী নিয়ৰ গৰকি তুমি হোৱা লাজুকী জনী পুৱা সৰি হোৱা তুমি কোমল দলিছা খনি নাযাবা তুমি আঁতৰি