সাৰ পাইছে দেশৰ নিৰ্বাচন আয়োগ
The CrossCurrent
0:00 / 0:00
সাৰ পাইছে দেশৰ নিৰ্বাচন আয়োগ
10 330 просмотров · 16 часов назад
The CrossCurrent
360 тыс. подписчиков
10 330 просмотров · 16 часов назад
সাৰ পাইছে দেশৰ নিৰ্বাচন আয়োগ। নিজৰ ভুল স্বীকাৰ নিৰ্বাচন আয়োগৰ! আয়োগৰ বৈঠকত স্পষ্ট হ’ল SIR, ECINETৰ বিসংগতি। ফ’ৰ্ম ছিক্সক লৈ থকা সংঘাতো স্পষ্ট হ’ল নিৰ্বাচন আয়োগৰ বৈঠকত। বৈঠকৰ পিছতে SIR, ECINETক লৈ ECIৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আনমেপ্ড ভোটাৰ, দাবী-আপত্তি নিষ্পত্তিৰ সময়সীমাক লৈয়ো সিদ্ধান্ত সলনি নিৰ্বাচন আয়োগৰ।
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews