কিহৰ ভয়ত মুখ্যমন্ত্ৰীক কাজিৰঙাৰ কথা সুধিলেই তৰুণ গগৈ আৰু ৰকিবুল হুছেইনৰ কথা কয় ?
NorthEast Now
0:00 / 0:00
কিহৰ ভয়ত মুখ্যমন্ত্ৰীক কাজিৰঙাৰ কথা সুধিলেই তৰুণ গগৈ আৰু ৰকিবুল হুছেইনৰ কথা কয় ?
10 558 просмотров · 14 часов назад
NorthEast Now
466 тыс. подписчиков
10 558 просмотров · 14 часов назад
📌অসম বিক্ৰী কৰাৰ ঠিকা লৈছে হিমন্ত বিশ্ব শৰ্মাই!
📌মুখ্যমন্ত্ৰীক কাজিৰঙাৰ কথা সুধিলেই তৰুণ গগৈ আৰু ৰকিবুল হুছেইনৰ কথা কয় কিয়?
📌ৰিণিকি ভূঞাক বিয়া কৰাই হিমন্ত বিশ্ব শৰ্মাই কৈছিল;"মই এদিন মুখ্যমন্ত্ৰী হ'ম !
📌হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হৈ থাকোঁতে হিমন্ত বিশ্ব শৰ্মাক সুধিছিল; তুমি মুখ্যমন্ত্ৰী হ'লে কি কৰিবা?"
📌মুখ্যমন্ত্ৰীয়ে কৈছিল;"মই অসমখন বিক্ৰী কৰি দিম!"
📌 অসম চৰকাৰে কাজিৰঙাৰ চাৰিওকাষৰ ইকো-ছেঞ্চেটিভ জ’নৰ ১০ কিলোমিটাৰ সীমাৰ পৰিৱৰ্তে ইয়াক ১ কিলোমিটাৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত নামিল অসম প্ৰদেশ কংগ্ৰেছ কমিটী !
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - www.facebook.com/nenownews/
Twitter - www.twitter.com/NENowNews/
Instagram - www.instagram.com/northeast.now