Перейти к содержимому

ভুল কৰা মানুহ থাকেই! ভুল স্বীকাৰ কৰাৰ পাছতো ইমান সমালোচনা কিয়? | মিচিং ৰাইজে ক্ষমা কৰি দিয়ক 🙏

Tayung Ao Vlog

0:00 / 0:00

ভুল কৰা মানুহ থাকেই! ভুল স্বীকাৰ কৰাৰ পাছতো ইমান সমালোচনা কিয়? | মিচিং ৰাইজে ক্ষমা কৰি দিয়ক 🙏

4 139 просмотров · 15 часов назад
Tayung Ao Vlog
3,99 тыс. подписчиков
4 139 просмотров · 15 часов назад
#misingviralvideo #Aimonikamanviralclickvideo #rupaliPayeng #Mising #MisingSociety #MisingCommunity #MisingNews #MisingCulture #AssamNews #AssameseNews #MisingSinger #MisingActress #AssameseYouTube #ViralNews #TrendingNews শেহতীয়াকৈ দুগৰাকী Mising শিল্পীক লৈ সামাজিক মাধ্যমত যথেষ্ট চৰ্চা আৰু সমালোচনা দেখা গৈছে। এটা podcast আৰু এটা ভিডিঅ’ক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পিছত বহুতে তেওঁলোকক কঠোৰভাৱে সমালোচনা কৰিছে। কোনোবাই ভুল কৰিলে সেই ভুলক লৈ আলোচনা আৰু সমালোচনা হ’ব পাৰে। কিন্তু ভুল স্বীকাৰ কৰাৰ পিছতো অত্যধিক গালি-গালাজ বা ব্যক্তিগত অপমান কৰাটো উচিত নেকি—এই বিষয়টোক লৈয়ে এই ভিডিঅ’টো। ভুল কৰা মানুহ থাকেই, কিন্তু ভুল স্বীকাৰ কৰি শুধৰাই লোৱাৰ সুযোগো দিব লাগে। মিচিং ৰাইজৰ সকলো ভাই-ভনীলৈ শান্তি আৰু বুজাবুজিৰ আহ্বান। 🙏 আপোনাৰ মতামত Commentত জনাব। ভিডিঅ’টো ভাল লাগিলে Like 👍 Share ↗️ আৰু Subscribe 🔔 কৰিবলৈ নাপাহৰিব। #controversyvideo #viralvideo #misingviralvideo #Aimonikaman #rupalipayeng #actress #singer #misingsingerRupaliPayeng