Перейти к содержимому

সোণাপুৰৰ নাজিৰাখাট টোলগেটত প্রতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ।

Pratidin Time

0:00 / 0:00

সোণাপুৰৰ নাজিৰাখাট টোলগেটত প্রতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ।

2 541 просмотр · 8 ч назад
Pratidin Time
2,66 млн подписчиков
2 541 просмотр · 8 ч назад
২৭ নম্বৰ ৰাষ্ট্রীয় ঘাইপথ পুনৰ মেৰামতি নকৰা পৰ্যন্ত টোল সংগ্রহ নকৰাৰ দাবীৰে সোণাপুৰৰ নাজিৰাখাট টোলগেটত প্রতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ। টোল সংগ্রহ বন্ধ নকৰিলে ৰাজ্যৰ আন আন টোলগেটসমূহতো অনুৰূপ ধৰণেৰে প্রতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ সংগঠনটোৰ। কিন্তু সংগঠনটোৰ এই প্রতিবাদী ভাষা যেন সহ্য নহ’ল প্রশাসনৰ। প্রতিবাদস্থলীৰ পৰাই আটক কৰা হ’ল প্রতিবাদকাৰী AJYCPৰ নেতা তথা কাৰ্যকৰ্তাক। #PratidinTime #Sonapur #AJYCP