The Conclave-2025ৰ দ্বিতীয়টো দিনৰ দশমখন আলোচনাসত্ৰৰ বিষয়- 'অসমৰ ৬ জনগোষ্ঠীঃ দাবী আৰু বাস্তৱতা'
Pratidin Time
0:00 / 0:00
The Conclave-2025ৰ দ্বিতীয়টো দিনৰ দশমখন আলোচনাসত্ৰৰ বিষয়- 'অসমৰ ৬ জনগোষ্ঠীঃ দাবী আৰু বাস্তৱতা'
14 873 просмотра · 1 год назад
Pratidin Time
2,67 млн подписчиков
14 873 просмотра · 1 год назад
The Conclave-2025ৰ দ্বিতীয়টো দিনৰ দশমখন আলোচনাসত্ৰৰ বিষয়- 'অসমৰ ৬ জনগোষ্ঠীঃ দাবী আৰু বাস্তৱতা' শীর্ষক আলোচনাসত্ৰ। আলোচনাসত্ৰত অংশ ল'লে অসমৰ কেইবাটাও ছাত্র সংগঠনৰ নেতৃবর্গই। অংশ ল'লে সদৌ চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালা, চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা, মটক যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক স্বৰূপ গোহাঁই, মৰাণ ছাত্ৰ সন্থাৰ উপ সভাপতি ডাঃ বিকাশ দহোতীয়া, আক্ৰাছুৰ সাধাৰণ সম্পাদক বলোৰাম বৰ্মন আৰু টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈয়ে। অনুষ্ঠানটোৰ আঁত ধৰে 'প্রতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই।
#PratidinTime #PratidinConclave2025 #TheConclave2025 #PratidinConclave #PratidinMediaNetwork #Conclave2025 #Conclave #sixtribes #sixtribesofassam