Ajibon tumar ll New Assamese song 2026 ll Nibir Tiku ll Zg Music band present.
Nibir Tiku
0:00 / 0:00
Ajibon tumar ll New Assamese song 2026 ll Nibir Tiku ll Zg Music band present.
22 просмотра · 12 дней назад
Nibir Tiku
55 подписчиков
22 просмотра · 12 дней назад
ৰাতিৰ আকাশত জোনাক বিচাৰোঁ,
তোমাৰ কথাকে ভাবি সময় কটাওঁ।
তুমি নাথাকিলে একো ভাল নালাগে,
তোমাৰ অবিহনে হৃদয়খন ভাগে।
তোমাৰ মাতত মোৰ পুৱতি নিশা,
তোমাৰ মৰমত জীৱনৰ আশা।
হাতত হাত থৈ কাষতে থাকিবা,
জীৱনৰ শেষলৈ মোৰ হৈ ৰ'বা....
Singer : Nibir Tiku
lyrics: NBR
MUSIC: ZG MUSIC BAND PRESENT
JUNAID ,RAHUL ,Mrinmoi