সোমবাৰে আছুকে ধৰি কেইবাটাও দল-সংগঠনৰ প্ৰতিবাদত কঁপিল শ্ৰীভূমি চহৰ
Pratidin Time
0:00 / 0:00
সোমবাৰে আছুকে ধৰি কেইবাটাও দল-সংগঠনৰ প্ৰতিবাদত কঁপিল শ্ৰীভূমি চহৰ
3 200 просмотров · 5 ч назад
Pratidin Time
2,67 млн подписчиков
3 200 просмотров · 5 ч назад
শ্ৰীভূমিত বিহু দলৰ ওপৰত এদল সাম্প্ৰদায়িক দুষ্কৃতিকাৰীয়ে কৰা আক্ৰমণৰ ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। সোমবাৰে আছুকে ধৰি কেইবাটাও দল-সংগঠনৰ প্ৰতিবাদত কঁপিল শ্ৰীভূমি চহৰ। জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ। সমান্তৰালভাৱে ঘটনাৰে জড়িত আৰু ৪টা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনাটো সুৰাপানৰ ফলত সৃষ্টি হোৱা কাজিয়াৰ পৰিণতি বুলি ক’লে আৰক্ষী অধীক্ষক লীনা দলেয়ে।
#pratidintime #sribhumi #assam