Перейти к содержимому

Part-2 চাওঁক দৃশ্য প্ৰমান দিব নোৱাৰিলে আন এগৰাকী দেওধাই! #মনসাপূজা #live

Asom 24×7

0:00 / 0:00

Part-2 চাওঁক দৃশ্য প্ৰমান দিব নোৱাৰিলে আন এগৰাকী দেওধাই! #মনসাপূজা #live

21 317 просмотров · 1 месяц назад
Asom 24×7
1,24 тыс. подписчиков
21 317 просмотров · 1 месяц назад
শুৱালকুছিৰ বাসত্তৰীয়া ব্ৰাহ্মণ ৰাইজৰ উদ্যোগত অত্যন্ত ভক্তি আৰু শ্ৰদ্ধাৰে আয়োজিত পৱিত্ৰ শ্ৰীশ্ৰী মা মনসা দেৱীৰ পূজা-অৰ্চনাৰ এক মনোৰম দৃশ্য। মা মনসা দেৱীৰ কৃপা আৰু আশীৰ্বাদে সমগ্ৰ শুৱালকুছি অঞ্চললৈ শান্তি, সমৃদ্ধি আৰু মংগল কঢ়িয়াই আনক। সকলোৰে জীৱন সুস্বাস্থ্য, সুখ-শান্তি আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ হৈ পৰক। মা মনসাৰ চৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাই সকলোৰে কল্যাণ কামনা কৰিলোঁ। জয় মা মনসা! 🌸🙏 Experience the divine atmosphere and cultural heritage of Sualkuchi, Assam during the sacred Maa Manasa Puja celebrations. May Goddess Manasa bless everyone with health, wealth, and prosperity! #MaaManasaPuja #Sualkuchi #AssamCulture #DivineBlessings #AssameseDevotional #SualkuchiDiaries #AssamFestivals #MaaManasa #AssamTourism #DevotionalAssam #AssameseCulture