পুৱা উঠিয়েই Mobile চাই নেকি? | ভাগৱতে কি কয় জানেনে?| ভাগৱত ব্যাখ্যা | মাধুৰ্য্য বৰা বাপ | Bhagawat
বাৰেৰহণীয়া কৃষ্টিৰ ভঁৰাল
0:00 / 0:00
পুৱা উঠিয়েই Mobile চাই নেকি? | ভাগৱতে কি কয় জানেনে?| ভাগৱত ব্যাখ্যা | মাধুৰ্য্য বৰা বাপ | Bhagawat
3 968 просмотров · 10 дней назад
বাৰেৰহণীয়া কৃষ্টিৰ ভঁৰাল
2,83 тыс. подписчиков
3 968 просмотров · 10 дней назад
পুৱা শুই উঠিয়েই মোবাইল চোৱাৰ অভ্যাস আপোনাৰো আছেনে?
দিনটোৰ আৰম্ভণিতে আমি কি কাম কৰা উচিত আৰু কি কামৰ পৰা আঁতৰি থকা উচিত—এই বিষয়ে ভাগৱতত কি আধ্যাত্মিক উপদেশ দিয়া হৈছে, সেই বিষয়ে এই ভিডিঅ'টোত সুন্দৰভাৱে ব্যাখ্যা কৰিছে মাধুৰ্য্য বৰা বাপে।
ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু জানি লওক পুৱা উঠাৰ পিছত আমাৰ দিনটোৰ আৰম্ভণি কেনেদৰে কৰা উচিত।
ভাল লাগিলে Like 👍, Share ↗️ আৰু Channelটো Subscribe 🔔 কৰিবলৈ নাপাহৰিব।
#ভাগৱত #ভাগৱতব্যাখ্যা #মাধুৰ্য্যবৰাবাপ #অসমীয়া_ভক্তি #ভক্তি #আধ্যাত্মিকতা #ঈশ্বৰ #পুৱাৰ_নিয়ম #ৰাতিপুৱা #মোবাইল #সনাতনধর্ম #অসমীয়া_ধৰ্মীয়_ভিডিঅ #AssameseBhakti #BhagwatKatha #Bhakti #SanatanDharma #AssameseYouTube