মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ | Part 4 #PratidinTimeLIVE
Pratidin Time
0:00 / 0:00
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ | Part 4 #PratidinTimeLIVE
5 075 просмотров · Трансляция закончилась 7 часов назад
Pratidin Time
2,66 млн подписчиков
5 075 просмотров · Трансляция закончилась 7 часов назад
নিৰ্বাচন আয়োগৰ জালিয়াতিক লৈ দেশজুৰি তোলপাৰ দেশৰ ৰাজনীতি
জ্ঞানেশ কুমাৰৰ অভিসন্ধি ফাদিল কৰিলে খোদ দুগৰাকী নিৰ্বাচনী আয়ুক্তই
দেশবাসীক অন্ধকাৰত ৰাখি কূট-কৌশল ৰচিছিল নেকি মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে
SIRৰ জৰিয়তে ১৩ কোটিৰো অধিক ভোট কৰ্তনৰ অভিযোগ
‘মোডী মেজিক নচলাৰ বাবেই জ্ঞানেশ মেজিক আৰম্ভ কৰা হৈছিল’
‘অসমতো চলিছিল জ্ঞানেশ কুমাৰৰ যাদু’
জ্ঞানেশ কুমাৰৰ বাবেই অসমত বিজেপিৰ ভোট বাঢ়িছিল বুলি দাবী
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী বিৰোধীৰ
জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ আন্দোলনৰ হুংকাৰ CJPৰ
উপস্থিত থাকিব অসমৰ ৫টাকৈ ৰাজনৈতিক দলৰ ৫জনকৈ মুখপাত্র
ষ্টুডিঅ’ত আছে বিজেপিৰ মুখপাত্র মানস শৰণীয়া
আছে কংগ্রেছ মুখপাত্র সম্ভিদ শৰ্মা
আছে অগপৰ মুখপাত্র পাৰ্থ প্রতীম মেধি
আছে অজাপৰ মুখপাত্র কুংকি চৌধুৰী
আৰু আছে ৰাইজৰ দলৰ মুখপাত্র ড০ জ্ঞানশ্রী বৰা
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’|part 4 #pratidintimelive