খুমটাইৰ ঐতিহ্যমণ্ডিত অকামলুৱা বৰগুৰিৰ গৰখীয়া সকামত দেওবাৰে দেখা গ’ল সহস্রাধিক লোকৰ সমাগম
NKTV PLUS
0:00 / 0:00
খুমটাইৰ ঐতিহ্যমণ্ডিত অকামলুৱা বৰগুৰিৰ গৰখীয়া সকামত দেওবাৰে দেখা গ’ল সহস্রাধিক লোকৰ সমাগম
1 091 просмотр · 1 дн. назад
NKTV PLUS
833 тыс. подписчиков
1 091 просмотр · 1 дн. назад
▶️খুমটাইৰ ঐতিহ্যমণ্ডিত অকামলুৱা বৰগুৰিৰ গৰখীয়া সকামত দেওবাৰে দেখা গ’ল সহস্রাধিক লোকৰ সমাগম। প্ৰতি বছৰেই কাতি মাহৰ এটি দেওবাৰে এজোপা শতিকা পুৰণি বৰগছৰ গুৰিত ভোগ আগবঢ়াই মনোকামনা পূৰণৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰে ৰাইজে। প্ৰায় ডেৰশ বছৰ পূৰ্বে আৰম্ভ হোৱা এই পৰম্পৰা আজিও ব্যতিক্ৰম হোৱা নাই। হাঁহ, পাৰ, কোমোৰা, নিমখ ইত্যাদি আগবঢ়াই দুপৰীয়া ভোগ প্ৰস্তুত কৰি বিলাই দিয়া হয় ৰাইজক।