Перейти к содержимому

আজি ধনতেৰাছ | এই সময়ত কিনক সোন ৰূপ | নাখব এই ৩ বিধ পাচলি | নকৰিব এই ভুল dhanteras diwali

Be positive

0:00 / 0:00

আজি ধনতেৰাছ | এই সময়ত কিনক সোন ৰূপ | নাখব এই ৩ বিধ পাচলি | নকৰিব এই ভুল dhanteras diwali

110 480 просмотров · 1 дн. назад
Be positive
683 тыс. подписчиков
110 480 просмотров · 1 дн. назад
আজি ধনতেৰাছ | এই সময়ত কিনক সোন ৰূপ | নাখব এই ৩ বিধ পাচলি | নকৰিব এই ভুল dhanteras diwali #dhanteras #diwali #laxmi About This Video ধনতেৰাছ আৰু দীপাৱলী ২০২৬ উপলক্ষে এই ভিডিঅ'টোত জানক কোন তিনিবিধ পাচলি এই পৱিত্ৰ দিনকেইটাত ৰন্ধাটো পৰম্পৰাগতভাৱে নিষেধ বুলি বিশ্বাস কৰা হয়। লগতে জানক মা লক্ষ্মী আৰু ভগৱান ধন্বন্তৰীৰ পূজাত কি কি খাদ্য আগবঢ়াব লাগে, ধনতেৰাছত কি কি সামগ্ৰী কিনিব লাগে আৰু দীপাৱলীৰ নিশা কৰিব নলগীয়া পাঁচটা ভুলৰ বিষয়ে। মা লক্ষ্মীৰ কৃপা, সুখ-শান্তি আৰু সমৃদ্ধিৰ কামনাৰে ভিডিঅ'টো শেষলৈকে চাওক। 🙏 জয় মা লক্ষ্মী। জয় শ্ৰী হৰি বিষ্ণু। স্পষ্টীকৰণ: এই ভিডিঅ'টোত উল্লেখ কৰা সকলো তথ্য ধৰ্মীয় বিশ্বাস, পৌৰাণিক কাহিনী আৰু প্ৰচলিত পৰম্পৰাৰ আধাৰত উপস্থাপন কৰা হৈছে। ইয়াৰ উদ্দেশ্য কেৱল ধৰ্মীয় আৰু আধ্যাত্মিক তথ্য দৰ্শকৰ মাজত প্ৰচাৰ কৰা। এই নিয়মসমূহ সকলোৰে বাবে বাধ্যতামূলক নহয়। কোনো সিদ্ধান্ত লোৱাৰ আগতে নিজৰ বিবেচনা আৰু স্থানীয় পৰম্পৰাক গুৰুত্ব দিব। Your Queries dhanteras diwali kab hai dhanteras puja vidhi dhanteras mein kya kharidna chahie diwali special video dipawali ke din kya kharidna chahie dhanteras 2026 date assamese dhanteras 2026 2026 dhanteras rangoli diwali decoration ideas at home diwali kali puja 2026 assamese motivational video assamese spiritual gyan assamese bhakti video assamese bhakti gyan অসমীয়া ভাইৰেল ভিডিঅ' অসমীয়া আধ্যাত্মিক ভিডিঅ' #dhanters #dhanters2026 #dhanteraspuja #dhanterasjyotishupay #dhanterasday #dhanteraspujavidhi #dhantrayodashi #dhantrayodashi_puja_vidhi #maalaxmi #maalakshmi #maalaxmimantra #lakshmi #lakshmipuja #diwalispecial #diwali2026 #diwalirangoli #diwalicelebration #assamese #assamesevideo #sprituality #spritual #motivation #motivational #motivationalvideo