Перейти к содержимому

এই কেইটা কথা মানি চলিলে ঘৰখন হৈ উঠিব পবিত্ৰ স্থান! | ভাগৱত ব্যাখ্যা | ৰণ্টু শ‌ইকী‌য়া বাপ | Bhagawat

বাৰেৰহণীয়া কৃষ্টিৰ ভঁৰাল

0:00 / 0:00

এই কেইটা কথা মানি চলিলে ঘৰখন হৈ উঠিব পবিত্ৰ স্থান! | ভাগৱত ব্যাখ্যা | ৰণ্টু শ‌ইকী‌য়া বাপ | Bhagawat

39 228 просмотров · 8 дней назад
বাৰেৰহণীয়া কৃষ্টিৰ ভঁৰাল
5,1 тыс. подписчиков
39 228 просмотров · 8 дней назад
ঘৰখনক পৱিত্ৰ স্থানলৈ কেনেকৈ ৰূপান্তৰ কৰিব পাৰি? | ভাগৱত ব্যাখ্যা আমাৰ ঘৰখন কেৱল বাস কৰাৰ স্থানেই নহয়, ভক্তি, বিশ্বাস, মৰম আৰু আধ্যাত্মিক চিন্তাৰে ঘৰখনক কেনেকৈ এখন পৱিত্ৰ স্থানলৈ ৰূপান্তৰ কৰিব পাৰি, সেই বিষয়ে এই ভিডিঅ’টোত জানিবলৈ পাব। ভাগৱত ব্যাখ্যা: ৰণ্টু শইকীয়া বাপ 🙏 এই ভাগৱত ব্যাখ্যাৰ জৰিয়তে আধ্যাত্মিক জীৱনৰ গুৰুত্বপূৰ্ণ কথা আৰু ধৰ্মীয় চিন্তাধাৰাৰ বিষয়ে জানিবলৈ চেষ্টা কৰক। ভিডিঅ’টো শেষলৈকে চাওক আৰু আপোনাৰ মতামত Comment কৰি জনাওক। 🙏 ভিডিঅ’টো ভাল লাগিলে Like, Share আৰু Comment কৰিবলৈ নাপাহৰিব। #ভাগৱত #ভাগৱতব্যাখ্যা #ৰণ্টুশ‌ইকীয়া #ঘৰখনতীৰ্থক্ষেত্ৰ #তীৰ্থক্ষেত্ৰ #ভগৱানৰকৃপা #আধ্যাত্মিকজ্ঞান #ধৰ্মীয়কথা #অসমীয়াভক্তি #Bhagawat #BhagwatKatha #AssameseBhagawat #SpiritualKnowledge #Devotional