মাজুলীৰ শ্ৰী শ্ৰী ভোগপুৰ সত্ৰৰ সৰু সৰু ভকতৰ লগত | Majuli | 2026 EP -02
Old Trunk Documentaries
0:00 / 0:00
মাজুলীৰ শ্ৰী শ্ৰী ভোগপুৰ সত্ৰৰ সৰু সৰু ভকতৰ লগত | Majuli | 2026 EP -02
82 841 просмотр · 4 месяца назад
Old Trunk Documentaries
6,67 тыс. подписчиков
82 841 просмотр · 4 месяца назад
মাজুলীৰ পৱিত্ৰ ভূমিৰ এক অনন্য অনুভৱ। আজিৰ এই খণ্ডটিত মই উপস্থিত হৈছোঁ শ্ৰী শ্ৰী ভোগপুৰ সত্ৰত। ইয়াত মই লগ পালোঁ কেইগৰাকীমান অতি মৰমলগা আৰু নিষ্পাপ কণমানি ভকতক।
মাত্ৰ ৫ বছৰ বয়সতে ঘৰ-দুৱাৰ এৰি সমাজ আৰু ধৰ্মৰ বাবে নিজক উৎসৰ্গা কৰা এই শিশুসকলৰ ত্যাগ সঁচাকৈয়ে হৃদয়স্পৰ্শী। তেওঁলোকৰ সৰলতা আৰু ভক্তিৰ আঁৰত থকা কঠোৰ জীৱনশৈলীক ওচৰৰ পৰা বুজিবলৈ মই এক সৰু প্ৰয়াস কৰিছোঁ। এই ভিডিওটোত মই ৭-৯ বছৰীয়া দুজনমান কণমানিৰ সৈতে কথা পাতি তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছোঁ।
এয়া মাথোঁ আৰম্ভণিহে। আগন্তুক ভিডিওবোৰত মই দেখুৱাম সত্ৰীয়া পৰম্পৰাত এই শিশুসকলে কেনেধৰণৰ শিক্ষা গ্ৰহণ কৰে আৰু তেওঁলোকৰ দৈনন্দিন জীৱন কেনেকুৱা।
In this video:
Experience the spiritual aura of Bhugpur Satra, Majuli.
Heart-to-heart conversation with young devotees (Bhakats).
Exploring the innocence and sacrifices of child monks in Majuli.
Understanding the Satra culture from a young age.